আই টি এ মাছখোৱাত ৰাইজৰ দলৰ বৃহৎ যোগদান সভাঃ বিভিন্ন দল সংগঠনৰ তিনি শতাধিক নেতা-কৰ্মীৰ যোগদান

গুৱাহাটীঃ আজি গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ আই টি এৰ সভাকক্ষত ৰাইজৰ দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি অখিল গগৈৰ উপস্থিতিত আম […]

সমাগত ৰে’লৱেৰ ট্ৰেড ইউনিয়ন স্বীকৃতিৰ নিৰ্বাচনঃ হৰ্ডিং , বেনাৰ, পোষ্টাৰ, জনসভাৰে এফ ৰে’লৱে এম্পলইজ ইউনিয়নৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান

মালিগাঁওঃ ভাৰতীয় ৰে’লৱেত ট্ৰেড ইউনিয়নৰ প্ৰশাসনীয় স্বীকৃতিৰ বাবে অহা ৪. ৫ আৰু ৬ ডিচেম্বৰত দেশজুৰি নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনত জয়ী হ’বলৈ মুঠ ভোটাৰৰ শতকৰা […]

শিৱসহায় সাৱৰমল সাংগানেৰীয়া বঁটা-২০২৪, গ্ৰন্থ উন্মোচনী আৰু বঁটা প্ৰদান সভা সম্পন্ন

শিৱসহায় সাৱৰমল সাংগানেৰীয়া চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত ‘শিৱসহায় সাৱৰমল সাংগানেৰীয়া সাহিত্য বঁটা -২০২৪’ ৰ গ্ৰন্থ উন্মোচনী আৰু বঁটা প্ৰদান অনুষ্ঠান কালি গুৱাহাটীস্থিত অসম সাহিত্য সভাৰ লক্ষ্মীৰাম […]

বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা ২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা

গুৱাহাটীঃ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আজিৰ ওপজা দিনটোক বিশেষ কৰি তুলিলে গুৱাহাটীৰ বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে। অসমৰ সমাজ জীৱন তথা সাংস্কৃতিক ক্ষেত্ৰখনলৈ সুদীৰ্ঘদিনে আগবঢ়োৱা […]

কৃষ্ণচন্দ্ৰ গান্ধী ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত জনজাতি গৌৰৱ সন্মান অনুষ্ঠান

গুৱাহাটীঃ পূৰ্ৱোত্তৰ জনজাতি শিক্ষা সমিতিৰ এক উপ সমিতি কৃষ্ণচন্দ্ৰ গান্ধী ফাউণ্ডেচনে জনজাতীয় গৌৰৱ দিৱস হিচাপে বীৰছা মুণ্ডা জয়ন্তীৰ আয়োজন কৰি জনজাতীয় গৌৰৱ সন্মান অনুষ্ঠানৰ আয়োজন […]

অসম আৰক্ষীৰ মহাপৰিদৰ্শক ডঃ পাৰ্থ সাৰথি মহন্তক আই আই টি, গুৱাহাটীৰ সন্মানীয় ফেল’ নিযুক্তি

গুৱাহাটীঃ অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্ছ চমুকৈ এছ টি এফৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা মহাপৰিদৰ্শক তথা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া, সাংস্কৃতিক কৰ্মী, সুলেখক, কবি, […]

চতুৰ্থ ৰাষ্ট্ৰীয় জুনিয়ৰ অপেন ৱাটাৰ চুইমিং চেম্পিয়নশ্বিপৰ বাবে অসম দলৰ ঘোষণা

উত্তৰ গুৱাহাটীঃ কৰ্ণাটকৰ উদুপি জিলাৰ পাদুবিদ্ৰী, ব্লু ফ্লেগ এণ্ড পইণ্ট বীচত অহা ২৩ আৰু ২৪ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ ৰাষ্ট্ৰীয় জুনিয়ৰ অপেন ৱাটাৰ চুইমিং চেম্পিয়নশ্বিপত […]

ফাৰ্মাছিষ্টৰ পাঠ্যক্ৰম সম্পন্ন কৰা শিক্ষাৰ্থীৰ ইনটাৰ্নশ্বিপৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী আৰপুৰ

ফাৰ্মাছিষ্টৰ পাঠ্যক্ৰম সফলভাবে সম্পন্ন কৰাৰ পিছতো এই পৰ্যন্ত ইনটাৰ্নশ্বিপৰ সুবিধা লাভ কৰা নাই ৰাজ্যৰ প্ৰায় ৩ হাজাৰ ফাৰ্মাছিষ্টৰ শিক্ষাৰ্থীয়ে। অসম ফাৰ্মাচী কাউঞ্চিলৰ ভুল নীতিৰ বাবে […]

গুৱাহাটী বিশ্ববিদ্যালয় আৰু বালিপৰা ফ্ৰন্টিয়াৰ ফাউণ্ডেশ্যনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

জালুকবাৰী● গুৱাহাটী বিশ্ববিদ্যালয় আৰু বালিপৰা ট্ৰেক্ট আৰু ফ্ৰন্টিয়াৰ ফাউণ্ডেশ্যনৰ মাজত ১৫ নৱেম্বৰত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত […]

‘এনইউজেআই আৰু জা’ ৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

চৰকাৰে সাংবাদিক আৰু সংবাদ মাধ্যমৰ সামাজিক তথা অৰ্থনৈতিক নিৰাপত্তা সুনিশ্চিত কৰিব লাগিবঃ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী গুৱাহাটীঃ সাংবাদিকতা বৃত্তিটো এক মহান তথা দায়িত্বশীল আৰু আদৰ্শৰ ওপৰত নিৰ্ভৰ […]