11 C
Guwahati
Friday, January 15, 2021

Buy now

কৃষ্ণাইৰ খাৰিজা মাণিকপুৰত ক্ৰিকেট প্ৰতিযোগিতা

♦গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত খাৰিজা মাণিকপুৰত স্থানীয় যুৱক সকলে অনুষ্ঠিত কৰিছে এক ক্ৰিকেট প্ৰতিযোগিতা৷ “হাব্ৰাঘাট প্ৰিমিয়াৰ লীগ” নামেৰে আয়োজন এই প্ৰতিযোগিতা খনিত প্ৰথম পুৰস্কাৰ ৮০০১ টকা আৰু দ্বিতীয় পুৰস্কাৰ ৫০০১ টকা৷ ২০ ডিচেম্বৰত শুভ উদ্বোধন কৰা প্ৰতিযোগিতা খনিৰ সামৰণি পৰিব ২৩ ডিচেম্বৰত৷ খাৰিজা মানিকপুৰ খেল পথাৰত অনুষ্ঠিত প্ৰতিযোগিতা খনিত আজি কিছু সময়ৰ বাবে উপস্থিত থাকে উপ-আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা আৰু কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন ডেকা৷

Related News @ Articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

21,360FansLike
2,507FollowersFollow
266SubscribersSubscribe
- Advertisement -

Latest Articles & News

www.asomweb.com
error: Content is protected !!
%d bloggers like this: