৫৮ নং তামুলপুৰ সমষ্টিৰ উপ-নিৰ্বাচনত অশোক ভট্টৰায়
সমাগত উপ নিৰ্বাচন ।ব্যস্ত প্ৰতিটো ৰাজনীতি দলৰ নেতা কৰ্মী পৰা মুখ্য বিধায়কলৈ।
তাৰ সমান্তৰালকৈ ব্যস্ত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়।
৫৮ নং তামুলপুৰ সমষ্টিৰ উপ-নিৰ্বাচনৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ নাগ্ৰিজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভোটেখোৰ, আৰু উত্তৰ গোৱাবাৰি অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰাৰ্থী গৰাকী হৈ প্ৰচাৰত ব্যস্ত হৈ পৰে অধ্যক্ষ ভট্টৰায়।
উক্ত সভাত বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, বি.টি.আৰ চৰকাৰৰ EM ধৰ্ম নাৰায়ন দাস আৰু বি.টি.আৰৰ মনোনীত MCLA মাধৱ ছেত্ৰী উপস্থিত থাকে।
Leave a Reply