বিলাসীপাৰাত সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে প্ৰতিবাদ

বিলাসীপাৰাত সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে প্ৰতিবাদ ।

গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত সাংসদ মৌলানা তথা সাংসদ আজমলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ৷

উল্লেখযোগ্য যে ধুবুৰীৰ সাংসদ তথা এ আই ইউ ডি এফৰ মুৰব্বী মৌলানা বদৰ উদ্দিন আজমলে নাৰী জাতীক কৰা অপমান সূচক মন্তব্য দিয়া পিছতে ৰাজ্যত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে।

ইফালে  ৰাজ্যজুৰি তীব্ৰ চলি থকা সময়তে আজি গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা কমিটিৰ নেতৃত্বত বিলাসীপাৰা গান্ধী চোকত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
উক্ত প্ৰতিবাদত গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নেতৃবৰ্গ্ই বিভিন্ন শ্লোগানৰে সমগ্ৰ বিলাসীপাৰা উত্তাল কৰি তোলে।

ধুবুৰী পৰা আলী আজাত ইছলামৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*