পৰ্বতঝোৰাৰত বাল্য বিবাহ, মদ, ড্ৰাগছ, গাঞ্জা, আদি নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা

বিলাসীপাৰা সমজিলাৰ পৰা আলী আজাত ইছলামঃ পৰ্বতঝোৰাৰ বগৰিবাৰী আৰক্ষীৰ সহযোগত ৰাজাপাৰা প্ৰথম খণ্ড গাঁৱৰ গাওঁ আৰক্ষী বাহিনীৰ উদ্যোগত বাল্য বিবাহ, মদ, ড্ৰাগছ, গাঞ্জা, জুৱা, শিশু-নিৰ্যাতন […]

পৰমাণু (গল্প) || গছ আৰু চৰাইৰ সিদ্ধান্ত ✒️ চামচুল বাৰিক

গছ আৰু চৰাইৰ সিদ্ধান্ত গছ আৰু চৰাইবোৰৰ মাজত এখন যুটীয়া বৈঠক অলপতে সম্পন্ন হৈ গৈছে। গছঃ আমি এই গ্ৰহ এৰি গুচি যাম। চৰাইঃ আমাৰ কি […]

জনপ্ৰিয় কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালিকা তথা যুতিমালা এণ্ড টাই ফকছ্ বেণ্ডৰ প্ৰতিষ্ঠাপিকা যুতিমালা বুঢ়াগোহাঁইৰ সৈতে অন্তৰংগ বাৰ্তালাপ

জনপ্ৰিয় কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালিকা তথা যুতিমালা এণ্ড টাই ফকছ্ বেণ্ডৰ প্ৰতিষ্ঠাপিকা যুতিমালা বুঢ়াগোহাঁইৰ সৈতে অন্তৰংগ বাৰ্তালাপ ‘আজিৰ যুগত সংগীত কেৱল মনোৰঞ্জন নহয়, সংগীত […]

শিশুৰ মানসিক বিকাশত শিশু-সাহিত্যৰ অৱদান ✒️উৰ্ম্মিলা বৰগোহাঁই

আমাৰ মানৱ দেহাটোত সংঘটিত কিছুমান ক্ৰিয়াকে মানসিক ক্ৰিয়া বা কাৰ্য্য বুলি কওঁ। চিন্তা, স্মৃতি, সুখ-দুখ, ভয় – ক্ৰোধ, কামনা – বাসনা, ইচ্ছা, কল্পনা আদিবোৰেই হৈছে […]

এটি সপোনৰ অপমৃত্যু ✒️স্মৃতি ৰেখা গগৈ

আঘোণৰ গৰ্ভৱতী ধাননীডৰাৰ দৰেই ভৰুণ মোৰ সপোন বোৱতী নৈৰ দৰে জীৱনৰ গতি বাধা বিহীন ধীৰ স্থিৰ সময়ৰ বানে উটুৱাই নিয়া জীৱনটোত খেপিয়ালেই হাতত লাগি আহে […]

দুঃসময় দিনৰ সংলাপ – পৰী ৰাজখোৱা

দুঃসময় দিনৰ সংলাপ – পৰী ৰাজখোৱা মাজনিশা জিলীকেইজনীয়ে বিনাই কিবা যেন‌ নোপোৱাৰ দুখত। সময়বোৰ অতীত হল‌ অতীতৰ‌ বাবেই আজি তাই এচামৰ বাবে চৰিত্ৰহীনা। বগা কাপোৰত […]

সম্পৰ্ক, সম্বন্ধ নে আন্তৰিকতাহীন অভ্যাস! ✒️ দীপামণি হাজৰিকা বৰুৱা

অলপদিনৰ আগতে জুনিয়ৰ কলেজ এখনৰ বছেৰেকীয়া খেলধেমালিত বিচাৰক হিচাপে আমন্ত্ৰণ পাইছিলো। দৰা কইনাৰ প্ৰতিযোগিতা।দৰা, কইনা সকলোৱে নিজৰ নিজৰ প্ৰদৰ্শন কৰাৰ পাছত প্ৰশ্নোত্তৰ শিতান আৰম্ভ হ’ল। […]

২৭ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব উত্তৰ-পূবৰ প্ৰথম সংখ্যক পেৰা স্প’ৰ্টছ মীট

২৭ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব উত্তৰ-পূবৰ প্ৰথম সংখ্যক পেৰা স্প’ৰ্টছ মীট। ৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব প্ৰতিযোগিতা। মুঠ ৫টা শাখাত হ’ব প্ৰতিযোগিতা। ২৭ নৱেম্বৰত দিনৰ ১১ […]

জুৰোডত বিল্ডাৰৰ অত্যাচাৰত ৰাজপথত অনসন ভুক্তভোগী পৰিয়ালৰ

গুৱাহাটীঃ গুৱাহাটী মহানগৰীত একাংশ বিল্ডাৰৰ ময়মতালীত গৃহহীন হোৱাৰ উপক্ৰম হৈছে একাংশ পৰিয়াল। বহিঃৰাগত বিল্ডাৰে বলপূর্বকভাৱে ভূমি দখল কৰি পৌৰ নিগমৰ নীতি-নিয়ম উলংঘা কৰি বৃহৎ অট্টালিকা […]