বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সম্বৰ্ধনা জ্ঞাপন :

  বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সম্বৰ্ধনা জ্ঞাপন বিশ্বনাথৰ সদ্য বিদায় অতিৰিক্ত আৰক্ষী অধীক্ষক সৌৰভ জ্যোতি শইকীয়াক। আদৰণি জিলা আৰক্ষী অধীক্ষকক:   বিশ্বনাথ চাৰিআলি ৭ আগষ্ট […]

ফ’ৰলেনৰ কামৰ গতি খৰতকীয়া কৰিবলৈ এনএইচআইডিচিএলক বিশ্বনাথ প্ৰশাসনৰ নিৰ্দেশ

পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথত অনুষ্ঠিত হয় জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক, ফ’ৰলেনৰ কামৰ গতি খৰতকীয়া কৰিবলৈ এনএইচআইডিচিএলক বিশ্বনাথ প্ৰশাসনৰ নিৰ্দেশ বিশ্বনাথ চাৰিআলি, ০৬ […]

বৰভাগৰ সীমান্তৱৰ্তী বগলচ ৰোডত পুৱাই দুৰ্বৃত্তই লুটিলে বলেৰ’ পিকআপ ভেন

■ অৰুনাচলৰ পৰা ব্ৰইলাৰ মুৰ্গী দি ওভতাৰ পথত ঘগ্ৰাপাৰৰ পৰা অপহৰণ কৰি আনি বগলচ ৰোডত লুটপাত চলাই দুৰ্বৃত্তৰ দলটোৱে৷ নগদ ৬০ হাজাৰ টকা সহ দুটা […]

অনিয়মীয়া বিদ্যুৎ যোগান, আছুৰ প্ৰতিবাদত কপি উঠিল শিৱসাগৰ নাজিৰাৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্য্যালয়

■ উৎকট গৰমে দহিছে ৰাজ্য,উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ বিজুলী পাংখাৰ বতাহ লৈছো আপুনি আৰু মই। ইয়াৰ উপৰিও নিৰ্বাচনী সভাত বৰ্তমানৰ ৰাজ্য চৰকাৰে আশ্বাস দিছিল […]

ঘগ্ৰাপাৰৰ অৰৰাত ট্ৰেন্সফৰ্মা বিকলঃ অন্ধকাৰত ১০ দিন ধৰি আৱদ্ধ গঞাঁ ৰাইজক শীঘ্ৰে নতুন ট্ৰেন্সফৰ্মা স্থাপনৰ দাবী আছু’ৰ

নলবাৰী জিলা ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অৰৰা গাঁৱত আজি ১০ দিন ধৰি এটা ট্ৰেন্সফৰ্মা বিকল হৈ থকাত গাঁওখনৰ প্ৰায় ৩০টা পৰিয়াল অন্ধকাৰত আৱদ্ধ হৈ আছে […]

ক’ভিডক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা

◾️ ১৬ আগষ্টৰ পৰা খোলা হ’ব আন্তঃজিলা যাতায়াত ◾️ ১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ সম্ভাৱনা ◾️ পৰ্যায়ক্ৰমে আৰম্ভ হ’ব পাঠদান ◾️ নৱম-দশম-দ্বাদশ, স্নাতক ষষ্ঠ ষাণ্মাসিকৰ […]

ইটাখোলা কেৰাণীপামত আঢ়ৈ বছৰীয়া দয়াজ্যোতি শইকীয়াক প্ৰয়োজন ৰাইজৰ সহায়ৰ হাত

◊ জামুগুৰিহাটৰ পৰা অনিল বৰা, অসম খবৰঃ চতিয়া সমষ্টিৰ অন্তৰ্গত উত্তৰ বৰভগীয়া গাঁও পঞ্চায়তৰ অধিনৰ ইটাখোলা কেৰাণীপাম নিবাসী বেনুধৰ শইকীয়া আৰু নয়নমনি দেবি শইকীয়াৰ আঢ়ৈ […]

বকতাত লাভলীনা বৰগোঁহাই আৰু নৱ ফুকনৰ হৈ বৰদেওশালত ফ্ৰা-লঙঃ মৌঙ আসামৰ তাই আহোমৰ ৰীতি-নীতিৰে পূজা-অৰ্চনা

♣ শিৱসাগৰ বকতাত লাভলীনা বৰগোঁহাই আৰু নৱ ফুকনৰ হৈ বৰদেওশালত ফ্ৰা-লঙঃ মৌঙ আসামৰ তাই আহোমৰ ৰীতি-নীতিৰে পূজা-অৰ্চনা শিৱসাগৰ বকতাৰ বৰদেওশালত ফ্ৰা-লঙঃমৌঙসংস্থাৰ উদ্যোগত তাই আহোমৰ ৰীতি-নীতিৰে […]

অসম খবৰৰ বাতৰিৰ প্ৰভাৱঃ দিখৌৰ গৰাখহনীয়া ৰোধিবলৈ তাৎক্ষণিক তৎপৰতা জলসম্পদ বিভাগৰ

● অসম খবৰৰ বাতৰিৰ প্ৰভাৱ। শিৱসাগৰত দিখৌ গড়া খহনীয়া ৰোধ কৰিবলৈ বিশেষ তৎপৰতা জলসম্পদ বিভাগৰ। কিন্তু এই কামত সন্তুষ্ট নহয় স্থানীয় বাসিন্দা। ■ যোৱা ২৯ […]

মিজোৰামৰ বিৰুদ্ধে যুৱ ছাত্ৰ-পৰিষদৰ আন্দোলনৰ হুংকাৰ, মুখ্যমন্ত্ৰীৰ পক্ষত যুৱ ছাত্ৰ পৰিষদ

■ মিজোৰামলৈ যোৱা সকলো পথ বন্ধ কৰাৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰাণাপ্ৰতাপ বৰুৱাৰ নলবাৰীত এই হুংকাৰ।নলবাৰীত আজি অনুষ্ঠিত সংগঠনটোৰ এখনি […]