বিশ্বনাথত ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আৰু বিশ্বনাথ জিলাৰ সহযোগত মাস্ক বিতৰণ,কভিড-১৯ সজাগতা

◊বিশ্বনাথঃ সমগ্র ৰাজ্যতে ক’ভিড-১৯ মহামাৰীৰ ভয়াবহতাই দেখা দিছে৷ ইফালে এই মহামাৰীৰ পৰা ৰক্ষা পাবলৈ ৰাজ্য চৰকাৰে নতুন নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে। আনহাতে এই ক’ভিড পৰা […]

পুনৰ চৰ্চালৈ আহিল ক’ভিড যোদ্ধা নাছিকুৰ ৰহমান

◊নলবাৰীৰ পৰা ফইজুল হ’ক চৌধুৰীঃ ■ গাঠিৰ ধন ভাঙি জনসাধাৰনৰ বাবে বিনামূলীয়া চেনিটাইজেছন। সমগ্ৰ বিশ্বত কভিডৰ দ্বিতীয় ঢৌৰ আতংক চলি থকা সময়ত নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ […]

ৰঙাপৰাত আটছাৰ উদ্যোগত টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাঃ চুড়ান্ত খেলত ধলকুবা দলৰ জয়লাভ

■ ৰঙাপৰাঃ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ ৰঙাপৰা উপশাখাৰ উদ্যোগত কলনী চাহ বাগিচাৰ খেল পথাৰত অনুষ্ঠিত হৈছে টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। উল্লেখযোগ্য যে […]

ওদালগুৰি জিলাত ১০০ খনতকৈ অধিক গাঁৱত কৰ্ম-সংস্থাপন প্ৰদান এজিউৰ পাৱাৰৰ

■ ওদালগুৰি জিলাত স্কিল ডেভেলপমেণ্ট অনুষ্ঠানৰ দ্বাৰা ১০০ খন তকৈ অধিক গাঁৱত কৰ্ম-সংস্থাপন প্ৰদান এজিউৰ পাৱাৰৰ ■ ১১৪ গৰাকী শিক্ষাৰ্থীক কৌশল বিকাশ পাঠ্যক্ৰম-কাপোৰ চিলোৱা, বিউটিচিয়ান […]

ভইচ্‌ এংকৰ ভাগ্যশ্ৰী গোস্বামীলৈ শংকৰ-আজান সমন্বয় বঁটা ২০২০ প্ৰদান

◊ মৃন্ময় শইকীয়া, তেজপুৰঃ সাহিত্য সমাজ সাংস্কৃতিক সেৱা মঞ্চৰ উদ্যোগত ২০২০ বৰ্ষৰ শংকৰ-আজান সমন্বয় বঁটা ভইচ্‌ এংকৰ ভাগ্যশ্ৰী গোস্বামীলৈ আগবঢ়োৱা হয়। জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা, […]

শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে শিৱসাগৰলৈ মাধুৰিমাই

♠ মাতৃৰ চকুত আজি আনন্দৰ চকু পানী। ♦শিৱসাগৰ পৰা পাৰ্থ প্ৰতিম বৰুৱাঃ “ফচং” নামৰ এখনি শিশু উপন্যাস ৰচনা কৰি শিৱসাগৰ জিলাৰ বকতা মলিয়া গাৱঁৰ বোৱাৰী […]

ভগামুখ হাইস্কুল প্ৰেক্ষাগৃহত karate kids zone -ৰ বেল্ট টেষ্ট

♦সুশান্ত দাস, যোৰহাটঃ আজি ভগামুখ হাইস্কুল প্ৰেক্ষাগৃহত karate kids zone ৰ বেল্ট টেষ্ট অনুস্থিত হয়। Ashihara karate school of Assamৰ উদ্যোগত অনুস্থিত হোৱা এই অনুষ্ঠানত […]

ৰঙাপৰাত দিৱা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা : চুড়ান্ত খেলত ৰঙাপৰাৰ এ আৰ এলিভেন দলৰ জয়লাভ

◆ ৰঙাপৰা• ৰঙাপৰা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ৰঙাপৰা এন.এফ ৰে’লৱে মজদূৰ ইউনিয়নৰ সহযোগত ৰঙাপৰা ৰে’লৱে খেল পথাৰত অনুষ্ঠিত হৈছে দিবা নৈশ প্ৰাইজ মানি টেনিছ বল […]

মৰিয়নী ৰে’লৱে হাইস্কুল প্ৰেক্ষাগৃহত karate kids zone ৰ বেল্ট টেষ্ট

♦নিজা বাতৰি দিওঁতাঃ আশীহাৰা কাৰাটে স্কুল অৱ আছাম’ৰ উদ্যোগত অনুস্থিত হোৱা এই অনুষ্ঠানত ৪০জনৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা৷ অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে […]

শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মাজত থকা সম্পৰ্কক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে চাবুৱাস্থিত বেতমেলা খেলপথাৰত প্ৰীতি ক্ৰিকেট

♦ ডিডিআৰ মহাবিদ্যালয়ৰ জয়লাভ চাবুৱাঃ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মাজত থকা সম্পৰ্কক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে চাবুৱাস্থিত বেতমেলা খেলপথাৰত বৃহস্পতিবাৰে দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয় (ডিডিআৰ) আৰু জিলা শিক্ষা […]