মৰাণৰ এজন স্বঘোষিত ঈশ্বৰৰ কৰ্মকাণ্ডক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া

♦ ৰোগীৰ শুশ্ৰষাৰ বিতৰ্কিত কৰ্মকাণ্ডৰে ধৰ্মপ্ৰচাৰত মৰাণৰ ডোমৰদলঙৰ ৰঞ্জন চুতীয়া। ♦ৰঞ্জন চুতীয়াৰ বিৰুদ্ধে শিৱসাগৰ নাজিৰাত অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সাংস্কৃতিক বিভাগ আৰু শিৱসাগৰ জিলা সমিতিৰ […]

মহিলাক অশালীন প্ৰস্তাৱ দি ৰঙাঘৰৰ আলহী হ’ল প্ৰধান শিক্ষক

♦শিক্ষাৰ দৰে এক পৱিত্ৰ বৃত্তিত জড়িত থাকি শিক্ষকসমাজক কলংকিত কৰিলে এজন প্ৰধান শিক্ষকে। এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ নাজিৰাত। নাজিৰাৰ লিগিৰীপুখুৰীস্থিত হনুমান চাহ বাগিচা প্ৰাথমিক […]

শাওণ মহীয়া গ্ৰাম্যাঞ্চলত কৃষকৰ ব্যস্ততা…

শাওণ মহীয়া গ্ৰাম্যাঞ্চলৰ কৃষক ব্যস্ত কৃষি পথাৰত, লাকুৱাৰ লোণপুৰীয়া গাঁৱতো একেই পৰিৱেশ, কৃষক ব্যস্ত ভূঁই ৰোৱাত। দুহালকৈ বলধ গৰুৱে হাল বায় পালন কৰিছে ন ভূঁই। […]

শিৱসাগৰত সংঘটিত কিশোৰী নিৰ্যাতনৰ ঘটনা

♦ ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাটনৰ অভিযোগ। ঘটনাটো সংঘটিত হৈছে শিৱসাগৰ জিলাৰ বাকচু খেলুৱা গাঁৱত। হৰেন গগৈ ওৰফে দৌ দোকানী নামৰ এজন দোকানীৰ বিৰুদ্ধে উত্থাপিত […]

শিৱসাগৰ শিমলুগুৰি ৰে’ল জংচনত উজনীমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা বৃহৎসংখ্যক নিচাযুক্ত টেবলেট উদ্ধাৰ

♦ৰাজ্যত বৰ্তমান সময়ত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ আৰক্ষী প্ৰশাসন তথা চৰকাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজি লৈকে শ শ কেজি ড্ৰাগছ জব্দ হৈছে। কিন্তু বিভিন্ন ধৰণৰ নিছা জাতীয় […]

চৰাইদেউ জিলাৰ মাহমৰাত মন্ত্ৰী যোগেন মহনৰ ঘৰত নভূঁ‌ইঃ বিজেপিৰ মহিলা মৰ্চাৰ অৰ্ধশতাধিক ৰোৱনীয়ে ভৰি পৰিল পথাৰঃ

♦ভূঁ‌ই ৰোৱাৰ মাজে মাজে মন্ত্ৰীৰ পত্নীয়েও জোৰিলে বিহু নাম ♦বৰ্তমান সময়ত ৰাজ্যত এতিয়া খেতিৰ বতৰ। ৰাজ্যৰ চৌদিশে কৃষক সকল ব্যস্ত হৈ পৰিছে খেতি পথাৰত। আঘোণৰ […]

লাকুৱাত স্বাধীনতা অমৃত মহোৎসৱঃ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপন

♦ লাকুৱাৰ লিথিংগা বস্তিত আজি ৭৫সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি স্বাধীনতা অমৃত মহোৎসৱ শীৰ্ষক এক কাৰ্য্যসূচী অনুস্থিত হয়। যি কাৰ্য্যসূচীৰ জৰিয়তে ৰাজগড় পৰা চলাপথাৰ […]

শিৱসাগৰত দৰিকা দলঙৰ দুই মূৰৰ কামত ব্যাপক অনিয়ম

♦বহু প্ৰতীক্ষাৰ অন্তত শিৱসাগৰ জিলাৰ হাঁহচৰা আৰু ডিমুৱালৰ মাজত দৰিকা নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ল যদিও পূৰ্ণ নহ’ল দুই মূৰৰ মাটিৰ কাম৷ প্ৰায় দুই কোটি পাঁচ লাখ টকাৰে নিৰ্মাণ […]

চৰাইদেউ জিলাত এটা জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে অঞ্চলবাসীকঃ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

♦ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ নিজখালৈ ঘোগুৰা-ডবা চাৰিআলি সংযোগী ২.৫ কিলোমিটাৰ দৈঘৰ এটা পথ। এই পথটো অতি জৰাজীৰ্ণ অৱস্থা৷ বিগত পাঁচ বছৰে কোনো ধৰণৰ মেৰামতিৰ […]

শিৱসাগৰ নামতি চাৰি আলিত ব্যৱসায়ী সকলৰ ক’ভিড টেষ্ট সম্পন্ন, চেলুন ব্যৱসায়ী ক’ভিড পজিটিভ

শিৱসাগৰ নামতি চাৰি আলিত ব্যৱসায়ী সকলৰ ক’ভিড টেষ্ট সম্পন্ন। টেষ্টৰ ফলাফলত চেলুন ব্যৱসায়ী কভিড পজিটিভ। আতংকিত স্থানীয় ৰাইজ। ৰাজ্যত অব্যাহত আছে কভিডৰ সংক্ৰমণ। ক’ভিড সংক্ৰমণৰ […]