বিশ্বনাথ জৈৱিকৰ সহযোগত প্ৰস্তুত কৰা হৈছে এই স্প্রে মেচিন
বিশ্বনাথ জৈৱিকৰ সহযোগত প্ৰস্তুত কৰা হৈছে এই স্প্রে মেচিন অসম খবৰ বিশ্বনাথ চাৰিআলি ৯ ছেপ্টেম্বৰ:: বিশ্বনাথৰ এজন স্বেচ্ছামূলক অৱসৰ গ্রহণ কৰা এজন জোৱানে ট্ৰেক্টৰত সংযোজিত […]
বিশ্বনাথ জৈৱিকৰ সহযোগত প্ৰস্তুত কৰা হৈছে এই স্প্রে মেচিন অসম খবৰ বিশ্বনাথ চাৰিআলি ৯ ছেপ্টেম্বৰ:: বিশ্বনাথৰ এজন স্বেচ্ছামূলক অৱসৰ গ্রহণ কৰা এজন জোৱানে ট্ৰেক্টৰত সংযোজিত […]
মাজুলী নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাক লৈ শোক প্ৰকাশ আলফা স্বাধীনৰ অসম খবৰ যোৰহাট ৯ ছেপ্টেম্বৰ : বুধবাৰে আবেলি প্ৰায় ৫ মান বজাত মাজুলী নিমাতীঘাটৰ ভয়ংকৰ ফেৰী […]
বৃহস্পতিবাৰে পুৱাই নিমাতীঘাটত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উপস্থিত হৈছে পৰিদৰ্শন কৰে দুৰ্ঘটনা স্থান। উপস্থিত হৈয়ে যোৰহাট-মাজুলীৰ মাজত চলাচল কৰা এটা […]
For any emergency or information regarding missing person in Nimatighat boat mishap, kindly call to the Toll Free number: 1070/1079 (State Emergency Operation Centre) […]
After the disastrous accident that occurred in Nimatighat, Jorhat where two ferried carrying passengers collided and one of them capsized. Now, reports have emerged that […]
নলবাৰীত শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি অসম খবৰ নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ ৮ ছেপ্টেম্বৰ :: সমগ্ৰ ৰাজ্যৰ সত্ৰ নামঘৰত পুৱাৰে পৰা ভকত […]
ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক ওপজা দিন পালন ৰঙিয়াৰত। অসম খবৰ ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদৰ ৮ ছেপ্টেম্বৰ :: ভূপেন দা অনুৰাগী গীৰেন্দ্ৰ ভূঞাৰ ব্যাতিক্ৰমী প্ৰচেষ্টাৰে […]
নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মাজুলীৰ ৰঙাচাঁহি মহাবিদ্যালয়ৰ প্ৰৱক্তা পৰিমিতা দাসে নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মাজুলীৰ ৰঙাচাঁহি মহাবিদ্যালয়ৰ প্ৰৱক্তা পৰিমিতা দাসে। যোৰহাট মেডিকেল কলেজত প্ৰাণ […]
নিমাতীঘাটত ফেৰী দুৰ্ঘটনা ব্রহ্মপুত্রৰ বুকুত ডুবিল ‘মা কমলা’ নামৰ ফেৰী দুখন ফেৰীৰ মাজৰ সংঘৰ্ষৰ ফলত সংঘটিত দুৰ্ঘটনাটো যোৰহাটৰ নিমাতীঘাটত এই ঘটনা ফেৰী দুখনত শতাধিক […]
BISWANATH’S GUARDIAN MINISTER PIJUSH HAZARIKA HOLDS REVIEW MEETING OF VARIOUS DEPARTMENTS, NHIDCL ASKED TO SOON IMPROVE ROAD CONDITION BETWEEN BISWANATH CHARIALI AND GOHPUR Asom khobor […]
Copyright © 2024 | WordPress Theme by MH Themes
লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ
📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎলোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি অহা ৩০ ডিচেম্বৰ, ২০২৪ৰ ভিতৰত asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
‘অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস
This will close in 20 seconds