আগন্তুক দুৰ্গা পূজা উপলক্ষে আৰক্ষী-গাঁওৰক্ষী বাহিনীৰ বিশেষ তৎপৰতা
■ ঘগ্ৰাপাৰ থানা এলেকাৰ ১৭ খন দুৰ্গা পূজাত কৰ্তব্য পালনৰ বাবে সাজু-আৰক্ষী-গাঁও ৰক্ষী বাহিনী ■ সমাগত দুৰ্গা পূজা উপলক্ষে নলবাৰী জিলা প্ৰশাসনৰ লগতে ঘগ্ৰাপাৰ আৰক্ষী […]
■ ঘগ্ৰাপাৰ থানা এলেকাৰ ১৭ খন দুৰ্গা পূজাত কৰ্তব্য পালনৰ বাবে সাজু-আৰক্ষী-গাঁও ৰক্ষী বাহিনী ■ সমাগত দুৰ্গা পূজা উপলক্ষে নলবাৰী জিলা প্ৰশাসনৰ লগতে ঘগ্ৰাপাৰ আৰক্ষী […]
■ নলবাৰী জিলাৰ সুৰাদীৰ পৰা পিষ্টল সহ এগৰাকী যুৱকক আটক কৰিলে নলবাৰী আৰক্ষীয়ে ■ যুৱক জনৰ নাম ৰিতু দাস, পিতৃ ৰমেশ দাস। ■ ধৃত ৰিতু […]
■ নলবাৰীত প্ৰশিক্ষণ শিবিৰ উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা। প্ৰজ্ঞা যোজনাৰ অধীনত ১৫ দিনীয়া টেত প্ৰশিক্ষণ শিবিৰৰ […]
■ আজি নলবাৰীৰ দুখন প্ৰধান মহাবিদ্যালয় নলবাৰী কলেজ আৰু মহেন্দ্র নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত অসম ৰাজ্যিক এন এছ ইউ আইয়ে নলবাৰী জিলা এন এছ ইউ […]
■ আমেৰিকাৰ চিকাগো চহৰত স্বামী বিবেকানন্দই বিশ্ব ধৰ্ম মহা সভাত ভাষণ প্ৰদান কৰি ভাৰতীয় সংস্কৃতি আৰু হিন্দু দৰ্শনক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ দিনটোৰ স্মৰণ কৰা […]
■ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাই আকনা-বৰাজোল অঞ্চলৰ কেইবাটাও কালভাৰ্ট পুনৰ সংস্থাপনৰ দাবীত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰবিষয়াৰ জৰিয়তে নলবাৰী জিলা […]
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহবান মৰ্মে নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। উত্তৰ অসমৰ ৰাইজৰ জনজীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বৃহৎ […]
↔ গঠন হ’ল বড়িগোগ বনভাগ মণ্ডলৰ গাওঁ সভাৰ সদস্য সদস্যা উন্নয়ন সমিতি। নলবাৰী জিলাৰ বড়িগোগ বনভাগ মণ্ডল সমিতিৰ অন্তৰ্গত গাওঁ সভাৰ সদস্য সকলে ঘগ্ৰাপাৰ হৰি […]
■ ৰাজ্যৰ আন আন জিলাৰ লগতে নলবাৰী জিলাতো আজি বিভিন্ন স্হানত শিক্ষক দিৱস পালন কৰা হয়৷ জিলা খনৰ গ্ৰাম্য আত্মনিৰ্ভৰশীল কেন্দ্ৰ অসম(GAKA)ৰ দ্বাৰা আজি বৃহত্তৰ […]
■ নিশা নলবাৰীত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ■ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ঘগ্ৰাপাৰ আৰক্ষী আৰু আবকাৰী বিভাগৰ অভিযান ■ এ আই বিৰ বিষয়া সুভাষ […]
Copyright © 2024 | WordPress Theme by MH Themes
লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ
📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎলোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি অহা ৩০ ডিচেম্বৰ, ২০২৪ৰ ভিতৰত asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
‘অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস
This will close in 20 seconds