বৰভাগত অসম আৰক্ষীৰ আবেদনকাৰী সকলৰ বাবে বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ শিবিৰ
■ নলবাৰী জিলাৰ বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৭৮ শিক্ষান্ত বৰ্ষৰ শিক্ষাৰ্থী সকলৰ মুখ্য উদ্যোগত তথা হোৱাটচ আপ গোট বৰভাগ আৰু আপোন ঠাই আপোন মাটি […]
■ নলবাৰী জিলাৰ বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৭৮ শিক্ষান্ত বৰ্ষৰ শিক্ষাৰ্থী সকলৰ মুখ্য উদ্যোগত তথা হোৱাটচ আপ গোট বৰভাগ আৰু আপোন ঠাই আপোন মাটি […]
■ নলবাৰী জিলাৰ অন্তৰ্গত বৰমাৰ নিকটবৰ্তী বৰজাৰৰ দুই ভাতৃ পথাৰৰ পুখুৰীত পৰি সলিল সমাধি ঘটে। জানিব পৰা মতে বৰজাৰৰ কৃষ্ণ বৰ্মনৰ দুই পুত্ৰ ক্ৰমে ধীৰাজ […]
● আজি চামতা পহৰা আৰক্ষী চকীয়ে চামতা বাছ আস্থানত থকা বনমালী বৰ্মনৰ খুচুৰা ব্যৱসায়ী দোকানত অভিযান চলাই তিনি কিলো গাঞ্জা জব্দ কৰে। ইয়াৰ পিছতে দুটা […]
● শীঘ্ৰে কাৰ্যক্ষম কৰিবলৈ আছু-যুৱ ছাত্র পৰিষদৰ দাবী ■ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰে’ল ষ্টেচন দেশ স্বাধীনতাৰ সময়তে স্থাপন হৈছিল যদিও স্বাধীনতাৰ ৭৫ বছৰ পাছতো সৰ্বদিশতে […]
■ আজি নলবাৰীত অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠন, অল ইণ্ডিয়া ডি এছ অ’ য়ে ১৪ বছৰীয়া ডিম্পল কামোৱাতৰৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত […]
● দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসম তথা নলবাৰী জিলাতো সমান্তৰালকৈ আৰম্ভ হৈছে চতুৰ্থ ৰাষ্ট্ৰীয় পোষণ মাহ। শিশু আৰু মহিলাৰ পুষ্টিহীনতাৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যে ২০১৮ […]
● নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত কোটালগুচিৰ এটি পৰিয়ালে পুত্ৰৰ চিকিৎসাৰ বাবে ৰাইজ তথা দল সংগঠনৰ লগতে ৰাজ্য চৰকাৰৰ পৰা সহায় বিচাৰিছে। পৰেশ দাস আৰু […]
■ আগন্তক উপ নিৰ্বাচনত বিটিচিত কংগ্ৰেছৰ লগত বুজাবুজি কৰি খেলিব নিৰ্বাচন নব শৰণীয়াই ■বিটিচিৰ ৰাইজৰ স্বাৰ্থত কংগ্ৰেছৰ লগত কৰিব বিচাৰো বুজাবুজি : নব শৰণীয়া ■ […]
■ৰাজ্যৰ অন্যান্য জিলাৰ লগতে নলবাৰী জিলাতো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ৰূপায়িত হৈ কেন্দ্ৰীয় চৰকাৰৰ ‘জল জীৱন মিছন’ৰ অধীনত নলবাৰী সংমণ্ডলৰ ঘগ্ৰাপাৰ ব্লক অন্তৰ্গত আল্লিয়া গাঁও […]
■ নলবাৰী জিলাৰ মুকালমুৱা অঞ্চলত আৰক্ষীৰ দিনে নিশা ড্ৰাগছৰ বিৰুদ্ধে অভিযান। যোৱা নিশা মুকালমুৱা আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমন্ত বৰাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি […]
Copyright © 2024 | WordPress Theme by MH Themes
লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ
📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎলোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি অহা ৩০ ডিচেম্বৰ, ২০২৪ৰ ভিতৰত asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
‘অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস
This will close in 20 seconds