আজি শাওণ মাহৰ প্ৰথম সোমবাৰঃ কৃষ্ণাই পাগলা বাবা আশ্ৰমত শিৱ ভক্তৰ সমাগম

♦আজি শাওণ মাহৰ প্ৰথম দিন, সোমবাৰ। প্ৰবাদ মতে শাওণ মাহটো হৈছে মহাদেৱ শিৱৰ জন্ম মাহ আৰু সোমবাৰটো হৈছে জন্মবাৰ৷ সেই অনুসৰি হিন্দু ধৰ্মাৱলম্বী শিৱ ভক্ত […]

গোৱালপাৰা জিলাৰ দামৰাত মুছলিম সমাজে বিতৰণ কৰিলে অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপোলা

♦ক’ৰনা মহামাৰীৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা আংশিক ল’কডাউনে দিশহাৰা কৰি তুুলিছে সৰ্বসাধাৰণ জনতাক। বিশেষকৈ দৈনিক শ্ৰমজীৱী লোক সকলৰ পানীত হাঁহ নচৰা অৱস্থা […]

কৃষ্ণাই প্ৰেছ ক্লাৱৰ প্ৰশংসনীয় পদক্ষেপঃ আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীক অনলাইন ক্লাছ কৰিবলৈ ম’বাইল প্ৰদান

♦কৰ’না মহামাৰীৰ প্ৰকোপ বৃদ্ধিৰ ফলত স্থবিৰ হৈ পৰিছে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাপন৷ চৰকাৰে জনতাৰ জীৱন ৰক্ষাৰ স্বাৰ্থত আংশিক লক ডাউনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিব লগীয়া হৈছে৷ বন্ধ […]

গোৱালপাৰাৰ দহিকটাত হাতী মানুহৰ সংঘাত দূৰীকৰণৰ প্ৰচেষ্টাঃ শালনিত ৰোপণ কৰিলে নেপিয়াৰ ঘাঁহ, ফল-মূলৰ গছপুলি

♦ গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাত সৰ্বজনবিদিত৷ দহিকটা অঞ্চলটোও ইয়াৰ ব্যতিক্ৰম নহয়৷ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ দহিকটা অঞ্চলত বন্যহস্তীৰ ধাৰাবাহিক সন্ত্ৰাসত ইতিমধ্যে একাধিক লোকে […]

কৃষ্ণাই দায়ৰঙত গোছা ৰাকায়ঃ লখিমীক সেৱা জনাই লগে ভাগে ভূঁই ৰুলে ৰোৱনী সকলে

♦উদুলি মুদুলি গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া দায়ৰঙৰ দামল পথাৰ। আজি পুৱাৰ ভাগত এই দামল পথাৰতে অঞ্চলটোৰ পুৰুষ মহিলা সকলে সমূহীয়া ভাৱে আয়োজন কৰিলে গোছা ৰাকায়৷ […]

গোৱালপাৰাত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাঃ স্বাস্থ্যৰ বুজ ল’লে চিকিৎসাধীন হৈ থকা পদ্মশ্ৰী বিৰুবালা ৰাভাৰ

♦আজি চৰকাৰী বিভিন্ন কাৰ্যসূচী লৈ গোৱালপাৰাত পদাৰ্পণ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই৷ গোৱালপাৰা জিলা ভ্ৰমণ কালত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্যৰ বুজ ল’লে সক্ৰিয় সমাজকৰ্মী […]

কৰ’না কালত উৎপাদনশীল কৰ্মঃ কৃষ্ণাইৰ ভেলাখামাৰৰ এদল যুৱকে আৰম্ভ কৰিলে মৎস্য পালন

♦ কৰ’না মহামাৰীৰ সংহাৰৰ প্ৰকোপ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ প্ৰশাসনে সমগ্ৰ ৰাজ্য খনতে জাৰি কৰিছে আংশিক লকডাউন৷ তাৰ মাজতে ক’ভিড ১৯ৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ সংখ্যাধিকলৈ চাই […]

কৃষ্ণাই দৈনিক বজাৰৰ পয়ালগা অৱস্থাঃ প্ৰৱেশ পথত আৱদ্ধ বোকাপানী

♦ গোৱালপাৰা জিলাৰ কৃষ্ণাই দৈনিক বজাৰ খনৰ অৱস্থা সম্প্ৰতি তথৈবচ হৈ পৰিছে৷ বজাৰ খনৰ ৰূপ দেখিলে এনে লাগে সেয়া যেন বজাৰ নহয়, আৱৰ্জনা স্থলীহে৷ বিশেষকৈ […]

কৃষ্ণাইত বান্দৰ উদ্ধাৰঃ বন বিভাগে মেলি দিলে টুক্ৰেশ্বৰী দেৱালয় চৌহদত

■ গোৱালপাৰা জিলা কৃষ্ণাই আঞ্চলিক বন বিভাগে আজি কৃষ্ণাইৰ কাষৰীয়া গুৰীয়া হাতেচোঙৰ পৰা এটা বান্দৰ উদ্ধাৰ কৰে। জানিব পৰা খাদ্যৰ সন্ধানত জাকৰ পৰা ফালৰি কাটি […]

কৃষ্ণাই কৃষি পামত ৪১.৫ হেক্টৰ মাটিত কঠীয়া সিঁচিলে কৃষি বিভাগে

♦ গোৱালপাৰা জিলাৰ কৃষ্ণাই কৃষি পামৰ পথাৰত আজি কঠীয়া সিঁচিলে জিলা কৃষি বিভাগে৷ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত ৰূপায়ণ হ’বলগীয়া এই আচঁনি খনৰ শুভাৰম্ভ কৰে […]