ৰে’লৱেৰ ট্ৰেড ইউনিয়ন স্বীকৃতিৰ নিৰ্বাচন; জনসভা, পথসভাৰে চলি আছে এফ ৰে’লৱে এম্পলইজ ইউনিয়নৰ নিৰ্বাচনী প্ৰচাৰ

মালিগাঁওঃ ভাৰতীয় ৰে’লৱেত ট্ৰেড ইউনিয়নৰ প্ৰশাসনীয় স্বীকৃতিৰ বাবে অহা ৪. ৫ আৰু ৬ ডিচেম্বৰত দেশজুৰি নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনত জয়ী হ’বলৈ মুঠ ভোটাৰৰ শতকৰা […]

৪২ বছৰৰ চাকৰি পৰিক্ৰমা সামৰি অৱসৰ ললে ৰাণীৰ বনকৰ্মী তাৰিণী চৰণ হালৈয়ে

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম-মেঘালয় সীমান্তৰ ৰাণী বনাঞ্চলৰ বিভিন্ন দুৰ্গম প্ৰান্তত প্ৰায় ৪২ টা বছৰ কৰ্তব্য সম্পাদন কৰি কিছুদিন আগতে অৱসৰ গ্ৰহণ কৰিছে ৰাণীত জাংগল মেন […]

বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত সাপটগ্ৰাম ৰাণীগঞ্জত গু*লীয়া*গুলী

বিলাসীপাৰা সমজিলাৰ পৰা আলী আজাত ইছলামঃ 📌 তিনিজন যুৱকে কৰে গু*লীচালনা 📌 বাইকেৰে আহিছিল তিনিজন যুৱক 📌 দুজন যুৱক গুলীবিদ্ধ 📌 SBIৰ CSPৰ স্বত্তাধিকাৰী আৰু […]

ৰাছিয়াৰ ব্ৰীকছ সন্মিলনত উপস্থিত বিশ্ব মহিলা সংগঠনৰ অধ্যক্ষ অসমৰ ডাঃ আচমা বেগম

গুৱাহাটীঃ ভাৰত, ৰাছিয়া, আৰু ই এ ই ইউ দেশসমূহৰ মাজত বস্ত্ৰশিল্পৰ ক্ষেত্ৰত সম্ভাৱ্য বাণিজ্যিক সহযোগিতাৰ বিষয়ে আলোচনা কৰিবলৈ মস্কোত উপস্থিত হয় এই প্ৰতিনিধি দলটো বিশেষকৈ […]

ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উপলক্ষে পুষ্টি আৰু জীৱিকা উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ পূৰবী ডেইৰীৰ

গুৱাহাটীঃ সুষম আহাৰ আৰু গাখীৰৰ পুষ্টিকাৰিতা সম্পৰ্কে অসমৰ বিভিন্ন অঞ্চলত প্ৰসাৰৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন কৰে উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ […]

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিজিটিং প্ৰফেছৰৰূপে মনোনীত ৰাণা প্ৰতাপ কলিতা

◊ অসমৰ সু সন্তান, অসম গৌৰৱ তথা সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৪-২০২৫ শিক্ষাবৰ্ষৰ বাবে ৰাজনীতি বিজ্ঞান […]

সংবিধানৰ বাৰ্তা প্ৰতিগৰাকী ভাৰতীয়ৰ জীৱন প্ৰবাহঃ মন্ত্ৰী নন্দিতা গৰ্লোছা

গুৱাহাটীত সংবিধান দিৱস পদযাত্ৰা উদযাপন কামৰূপ মহানগৰঃ দেশৰ ৭৫ সংখ্যক সংবিধান দিৱসৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আজি ফটাশিল […]

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত তৃতীয় মেৰু আৰু পূব হিমালয়ৰ ভৱিষ্যতক লৈ মনোজ্ঞ আলোচনা চক্ৰ

গুৱাহাটীঃ বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ শীৰ্ষক এক আন্তৰ্জাতিক আলোচনা চক্ৰ৷ মহানগৰীৰৰ চাৰিটা স্থানত একেলগে এই আলোচনা […]

জ্যোতিপ্ৰসাদ আগৰৱালাৰ তিনিখন নাটকৰ ইংৰাজী অনুবাদ গ্ৰন্থ উন্মোচনঃ শোণিত কুঁৱৰী মঞ্চস্থৰ শতবৰ্ষত ড০ দয়ানন্দ পাঠকৰ অমূল্য উপহাৰ

গুৱাহাটীঃ বিশিষ্ট শিক্ষাবিদ, ইংৰাজী সাহিত্যৰ অধ্যাপক তথা শংকৰী সাহিত্যৰ গৱেষক পণ্ডিত তথা অমৃত নিউজৰ মুখ্য সম্পাদক ড০ দয়ানন্দ পাঠকে ইংৰাজীলৈ অনুবাদ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ তিনিখন […]

অৰুণোদয় ৩.০ ৰ কামৰূপ(ম) জিলা পৰ্যায়ৰ নিৰীক্ষণ কমিটিৰ বৈঠক

কামৰূপ মহানগৰ: অৰুণোদয় আঁচনি ৩.০ ৰ ৰূপায়ণ সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা পৰ্যায়ৰ নিৰীক্ষণ কমিটিৰ বৈঠক জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। বৈঠকত কৃষি ইত্যাদি […]