স্থানীয় সংবাদঃ

অসম উদয়আদিত্য গোষ্ঠীৰ উদ্যোগত অসম উদয়‌ আদিত্য মহোৎসৱ উদযাপন

January 19, 2025 0

শিৱসাগৰ জিলাৰ দিখৌমুখত বৃহস্পতিবাৰে অসম উদয়‌আদিত্য সমন্বয় ক্ষেত্ৰত এক মহোৎসৱ অনুষ্ঠিত হৈ যায় গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰীয় – আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰা শিল্পী, লেখক, শিক্ষাবিদ, […]

ইটালীয়া আৰু আলবেনিয়া ভাষালৈ অনুবাদ ৰাজশ্ৰী সেনাপতি গগৈৰ কবিতা

January 17, 2025 0

ৰাজশ্ৰী সেনাপতি গগৈ এটি সুন্দৰ অসমীয়া কবিতা ইটালীয়া আৰু আলবেনিয়া ভাষাত অনুবাদ কৰা হৈছে। অনুবাদ কৰিছে এলবেনীয়া, ইটালীৰ বিখ্যাত কবি, লেখক, সাংবাদিক এঞ্জেলা কোষ্টাই। orfeu.al […]

Advertisment

English News

লেখনি বিচৰা হৈছেঃ

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎলোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি অহা ৩০ জানুৱাৰী, ২০২৫ৰ ভিতৰত asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস

This will close in 20 seconds