Monday, June 16, 2025
29.9 C
Guwahati
TOP NEWS:

ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ বাবে কংগ্ৰেছৰ হাতত কেৱল ১০ মাহহে সময় আছেঃ গৌৰৱ গগৈ

ৰাজীৱ ভৱনত আয়োজিত এটা অনুষ্ঠানত দলটোৰ বিদায়ী সভাপতি ভূপেন বৰাই নৱতম সভাপতিগৰাকীক আনুষ্ঠানিকভাৱে সভাপতিৰ দায়িত্ব অর্পণ কৰে

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

May be an image of 7 people and daisMay be an image of 8 peopleঅসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈয়ে দলটোক শক্তিশালী কৰিবৰ বাবে দিনে-নিশাই কাম কৰিবলৈ দলীয় কৰ্মীসকলৰ প্ৰতি আহ্বান জনায়৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ৰাজ্যিক সভাপতিৰূপে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত দলৰ দিছপুৰত থকা মানৱেন্দ্র শর্মা কমপ্লেক্সত আয়োজিত অনুষ্ঠানত ভাষণ দিয়ে। ভাষণত কয় ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ বাবে কংগ্ৰেছৰ হাতত কেৱল ১০ মাহহে সময় আছে বুলি সভাপতিগৰাকীয়ে দলীয় কৰ্মীসকলক সোঁৱৰাই দিয়ে।May be an image of 3 people, dais and text

May be an image of 6 people

ৰাজীৱ ভৱনত আয়োজিত এটা অনুষ্ঠানত দলটোৰ বিদায়ী সভাপতি ভূপেন বৰাই নৱতম সভাপতিগৰাকীক আনুষ্ঠানিকভাৱে সভাপতিৰ দায়িত্ব অর্পণ কৰে। গৌৰৱ গগৈয়ে কামাখ্যা মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায়। গৌৰৱ গগৈক দলৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰকিবুল হুছেইন, প্রাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰকে ধৰি ভালেসংখ্যক নেতা আৰু দলীয় কৰ্মীয়ে আদৰ-সম্ভাষণ জনায়।

- Advertisement -

Hot this week

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

সত্ৰসমূহ বেদখলমুক্ত কৰি সত্ৰীয়া সংস্কৃতিৰ শিপাক মজবুত কৰি ৰখাৰ প্ৰয়াস

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Topics

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি অসম...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Related Articles

Popular Categories

Assam
overcast clouds
29.3 ° C
29.3 °
29.3 °
80 %
0.3kmh
97 %
Mon
29 °
Tue
33 °
Wed
30 °
Thu
29 °
Fri
28 °