ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বিধানসভাত পূৰ্ণাংগ বাজেট দাখিল কৰে

file photo
  • অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত আজি পূৰ্ণাংগ বাজেট দাখিল কৰে।
  • বাজেটত অজন্তা নেওগে কেইবাখনো নতুন আঁচনি ঘোষণা কৰে।
  • বিত্ত বিভাগে এই বাজেট প্ৰস্তুত কৰাৰ পূৰ্বে বাজেট সন্দৰ্ভত ৰাইজৰ পৰা বিভিন্ন পৰামৰ্শৰ আহ্বান কৰিছিল।
  • মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ চৰকাৰখনৰ এয়া প্ৰথমখন বাজেট আৰু এগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে এইবাৰ অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বাজেট দাখিল কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.