31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    ৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

    হাইপাৰচনিক ফাতেহ প্রজেক্টাইলকে ধৰি আন বহুতো মিছাইলেৰে ইৰানে, ইজৰাইলৰ বিমান সামৰিক ব্যৱস্থাৰ জৰিয়তে আক্রমণ কৰাৰ তথ্য পোহৰলৈ আহিছে

    Israel Using AI Systems to Plan Deadly Military Operations - Bloombergমিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষই আজি ৬ দিন অতিক্ৰম কৰিছে। তেহৰানত হোৱা বিস্ফোৰণৰ পাছত কেন্দ্ৰীয় চালিত আৰু অস্ত্ৰ উৎপাদনৰ এলেকাসমূহ আক্রমণ কৰাৰ কথা ইজৰাইলে জানিবলৈ দিছে। Israeli frustration with the continued dilemma of Gaza – Middle East Monitorহাইপাৰচনিক ফাতেহ প্রজেক্টাইলকে ধৰি আন বহুতো মিছাইলেৰে ইৰানে, ইজৰাইলৰ বিমান সামৰিক ব্যৱস্থাৰ জৰিয়তে আক্রমণ কৰাৰ তথ্য পোহৰলৈ আহিছে। ইজৰাইলৰ সামৰিক বাহিনীয়ে জনাইছে যে তেহৰানত থকা কেন্দ্ৰ চালিত উৎপাদন এলেকা আৰু একাধিক অস্ত্ৰ নিৰ্মাণকাৰী ব্যৱস্থাসমূহ নস্যাৎ কৰাৰ বাবে আক্ৰমণ চলাইছিল।

    Middle Eastern history repeats itself or maybe it doesn't? - Modern  Diplomacy

    ৫০ খনতকৈও বেছি ফাইটাৰ জেট এৰোপ্লেনে এই আক্ৰমণত অংশ লৈছিল।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.