৬০ নং বৰক্ষেত্ৰী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী দিগন্ত বৰ্মনৰ জয়

Assam-Assembly-Election-2021_asomkhobor LIVE vote

◆ নলবাৰী জিলাৰ পৰা ফইজুল হক চৌধুৰীঃ
বৰক্ষেত্ৰী সমষ্টি সদ্য প্ৰয়াত ডাঃ ভূমিধৰ বৰ্মনৰ নামত উৎসৰ্গিত বৰক্ষেত্ৰীবাসীৰ। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভুমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মনে বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকাক পৰাজিত কৰি জয় লাভ বৰক্ষেত্ৰী সমষ্টিত।
সংবাদ মাধ্যমৰ যোগেদি সমগ্ৰ বৰক্ষেত্ৰীবাসীৰ লগতে দলীয় কৰ্ম কৰ্তাক ধন্যবাদ জনাই দিগন্ত বৰ্মনে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.