৫৯ নং নলবাৰী বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ বৃহৎ জয়

Assam-Assembly-Election-2021_asomkhobor LIVE vote

■নলবাৰী জিলাৰ পৰা ফইজুল হক চৌধুৰীঃ
আজি নলবাৰী জিলাতো সুকলমে ক’ভিড প্ৰটোকল মানি ভোট গণনা কাৰ্যসূচী সম্পন্ন কৰা হয়।
৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাই বৃহৎ সংখ্যক ভোটত জয়লাভ কৰে।
জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ যোগেদি সমগ্ৰ নলবাৰীবাসীক ধন্যবাদ জনাই। আগন্তুক দিনত অধিক উৎসাহেৰে নলবাৰীবাসীৰ হৈ কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে বিজেপিৰ নেতা গৰাকীয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.