নামনি অসমৰ বাবে সুখবৰ ২২ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নলবাৰীত এখন ব্যক্তিগত নলবাৰীত নাৰ্ছিং হোম শুশ্ৰষা ৷
অসমৰ বিত্ত মন্ত্ৰীৰ উপস্থিতিত ২২ জানুৱাৰীত আনুষ্ঠানিক ভাৱে মুকলি কৰা হ’ব ৰাইজৰ বাবে ৷
য’ত অত্যাধুনিক সা সুবিধাৰ পৰিপূৰ্ণ চিকিৎসালয় খনত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ নাগৰিক সকলেও চিকিৎসা ক্ষেত্ৰত ডাঙৰ সকাহ পাব বুলি মত পোষণ কৰে হস্পিতাল কতৃপক্ষই ৷
প্ৰায় ১০০ খন বিছনাযুক্ত এই চিকিৎসালয় খনত অত্যাধুনিক ইনটেনছিভ কেয়াৰ ইউনিট , ৮ খন বিছনাযুক্ত আই চি ইউ ৷
য’ত চিকিৎসালয়খনত মেডিচিন, নিউৰ’লজী, নিউৰ’চাৰ্জাৰী, ৰেডিঅ’লজী আদিকে ধৰি সকলো বিভাগৰে বিশেষজ্ঞ ডক্টৰ উপস্থিত থাকিব ৷
য’ত বিশেষজ্ঞ ডক্টৰ জয়ন্ত দাস, নিৰ্মল শৰ্মা, ৰূপজ্যোতি কলিতা, গোপাল কলিতা, স্বৰূপ শৰ্মা , চুভাষ সিং, প্ৰদিপ কলিতা , চেলিম চুলতানা, কুমুদ পাঠক, চৌৰভ পাটোৱাৰী আদি জড়িত হৈ থাকিব হস্পিতাল খনত ৷
নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ
Leave a Reply