১০৭ বছৰ বয়ষত আজি মৃত্যু হয় হজি আলহাজ ইউচুফ আলীৰ

♦নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাতুৰিয়া গাঁৱৰ আলহাজ্ ইউছুফ আলী আজি দিনৰ ২ বাজি ৪০ মিনিটত মৃত্যু হয়। মৃত্যুৰ পূৰ্বে তেখেতৰ বয়স ১০৭ বছৰ।

আলহাজ ইউচুফ আলীৰ কাইলৈ পুৱা ৮ বজাত জনানা সম্পন্ন হ’ব নিজ বাস গৃহত।
তেখেতৰ কৰ্ম জীৱন আছিল ইছলামিক মছজিদৰ ইমামটি ৩৫ বছৰ। আৰু পীৰ মূৰ্শিদ হিচাপে সমাজৰ হয় কাম কৰিছিল ৬৫ বছৰ।
তেখেতে হজ কৰিছিল ১৯৬৯ ইং চনত।
তেখেতৰ শিষ্য ৭৭০ জন,অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেখেতে ইছলামীক শিক্ষা দিছিল।
আজি তেখেত সকলোৰে মাজৰ পৰা বিদায় লোৱাত তেখেতৰ গুণমুগ্ধই  দুখত মৰ্মাহত হৈ পৰিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.