Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

সাম্প্ৰতিক বানত জুৰুলা কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে শীৰ্ষ বিষয়াসকলৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক

মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্রস্ত লোসকলক সকাহ দিয়াৰ লগতে কৃষকসকলৰ সুবিধার্থে তাৎক্ষণিক প্ৰয়োজনীয় সঁহাৰি দিবলৈ সঞ্চালকালয় আৰু জিলা পর্যায়ত নিয়ন্ত্রণ কক্ষ স্থাপন কৰা কথা প্ৰকাশ কৰে।

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

May be an image of 10 people, people studying and textসাম্প্ৰতিক বানত ৰাজ্যৰ কৃষি ভূমিসমূহৰ হোৱা ক্ষতি সন্দৰ্ভত পৰ্যালোচনা আৰু ব্যৱস্থা গ্রহণ সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাই বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।

May be an image of 2 people and textMay be an image of 3 people, people studying, newsroom and text

বৈঠকত পর্যাপ্ত পৰিমাণে সমূহীয়া পুলি বাগান স্থাপন কৰি বানপীড়িত কৃষকসকলক বিনামূলীয়াকৈ কঠিয়া বিতৰণৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নির্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্রস্ত লোসকলক সকাহ দিয়াৰ লগতে কৃষকসকলৰ সুবিধার্থে তাৎক্ষণিক প্ৰয়োজনীয় সঁহাৰি দিবলৈ সঞ্চালকালয় আৰু জিলা পর্যায়ত নিয়ন্ত্রণ কক্ষ স্থাপন কৰা কথা প্ৰকাশ কৰে। May be an image of 10 people and textবৈঠকত কৃষি বিভাগৰ আয়ুক্ত সচিব তথা কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজ’ৰীয়া, বিভাগৰ সঞ্চালক ডাঃ পি উদয় প্রবীনৰ উপৰি আন শীর্ষ বিষয়াবৰ্গ উপস্থিত থাকে।

- Advertisement -

Hot this week

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °