Friday, May 16, 2025
27.3 C
Guwahati

শোণিতপুৰ লখৰাত অসম ৰাইফলছ বেটেলিয়নৰ শ্বহীদ সেনাক শ্ৰদ্ধাঞ্জলি

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

শোণিতপুৰ লখৰাত অসম ৰাইফলছ বেটেলিয়নৰ শ্বহীদ সেনাক শ্ৰদ্ধাঞ্জলি ::

অসম খবৰ বিশ্বনাথ চাৰিআলি ১৫ জুন ::

অসম ৰাইফলছৰ শোণিতপুৰ লখৰা বেটেলিয়নৰ দ্বাৰা বুধবাৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে শোণিতপুৰ জিলা লখৰা অসম ৰাইফলছ বেটেলিয়নৰ কাৰ্যালয়ত।

অলপতে মণিপুৰৰ কাচঙত কৰ্তব্যৰত সময়ত মৃত্যুবৰণ হৈছিল অসম ৰাইফলছ সেনা জোৱান তথা হাবিদা লুহিত গগৈ।

ইফালে বীৰ শ্বহীদ জোৱান শ্বহীদ লুহিত গগৈক আজি শোণিতপুৰ লখৰাত অৱস্থিত অসম ৰাইফলছ দ্বাৰা শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।
এই অনুষ্ঠানত কেইবাজনো অসম ৰাইফলছ বিয়ষা উপস্থিত থাকি বীৰ শ্বহীদ জোৱান জনক শ্ৰদ্ধাঞ্জলি জনাই।

- Advertisement -

Hot this week

The Secret to Your Company’s Financial Health is Very Important

Find people with high expectations and a low tolerance...

Olimpic Athlete Reads Donald Trump’s Mean Tweets on Kimmel

Find people with high expectations and a low tolerance...

Celebrity Make-up Artist Gary Meyers Shows you His Beauty Tricks

Find people with high expectations and a low tolerance...

Boxtrade Lands $50 Million in Another New Funding Round with IBM

Find people with high expectations and a low tolerance...

New Presidential Candidates Presented in Just a Few Minutes

Find people with high expectations and a low tolerance...

Topics

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
broken clouds
24.2 ° C
24.2 °
24.2 °
89 %
2.6kmh
69 %
Fri
24 °
Sat
35 °
Sun
28 °
Mon
34 °
Tue
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds