শেহতীয়া আপডেটঃ

শোণিতপুৰত বাঘৰ আক্ৰমণত আৰ্হিত গঞা Video

শোণিতপুৰত বাঘৰ আক্ৰমণত আৰ্হিত গঞা


তেজপুৰ 12 জানুৱাৰী :

বৰছলা সমষ্টিৰ নিজ বৰছলা পথাৰত বাঘৰ আক্ৰমণত প্ৰেম কোচ নামৰ এজন লোক আহত ৷


তথ্য অনুসৰি ,পথাৰত অৱস্হান কৰি থকা বাঘটোক প্ৰত্যক্ষ কৰিবলৈ যাওঁতে সংঘটিত হয় এই ঘটনা ৷

আজি পুৱা বাঘটোৱে বৰছলাৰ নাথ গাৱঁৰ শিৱৰাম নাথৰ ঘৰৰ ছাগলী গৰালৰ পৰা এটা খাহী ছাগলী নিধন কৰি ভক্ষণ কৰিবলৈ লৈ গৈছিল ৷

বিগত পোন্ধৰ দিন ধৰি গ্‌হস্হৰ এটাৰ পিছত আনটো পোহনীয়া জীৱ জন্তু হত্যা কৰি সন্ত্ৰাস স্‌ষ্টি কৰি আহিছিল ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা ঢেকীয়াপতীয়া বাঘটোৱে ৷

ঘটনাস্থলীত উপস্থিত হৈছে বনবিভাগৰ লোক ৷

বাঘে আক্ৰমণ কৰা গুৰুত্বৰ ভাৱে আহত কৰা প্ৰেম কোচ নামৰ ব্যক্তি গৰাকীক ঢেকীয়াজুলি মনবৰ নাথ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.