শিৱসাগৰ নামতি চাৰি আলিত ব্যৱসায়ী সকলৰ ক’ভিড টেষ্ট সম্পন্ন, চেলুন ব্যৱসায়ী ক’ভিড পজিটিভ

  • শিৱসাগৰ নামতি চাৰি আলিত ব্যৱসায়ী সকলৰ ক’ভিড টেষ্ট সম্পন্ন।
  • টেষ্টৰ ফলাফলত চেলুন ব্যৱসায়ী কভিড পজিটিভ। আতংকিত স্থানীয় ৰাইজ।
  • ৰাজ্যত অব্যাহত আছে কভিডৰ সংক্ৰমণ।
  • ক’ভিড সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে প্ৰৱৰ্তন কৰিছে নতুন নতুন SOP ।
  • তেনে সময়ত শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত নামতিত আজি স্থানীয় আৰক্ষীৰ সহযোগত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ব্যৱসায়ী সকলৰ কভিড টেষ্ট কৰা হয়।

  • ১৫০জনকৈ ব্যৱসায়ীৰ ভিতৰত মুঠ ৮জনৰ দেহত কভিড পজিতিভ ধৰা পৰে।
  • ইয়াৰে চাৰি জন চেলুন ব্যৱসায়ী আৰু এজন ফুচকা ব্যৱসায়ী পজিটিভ হোৱাত এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।
  • পৰবৰ্তী সময়ত স্বাস্থ্য বিভাগৰ ফালৰপৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া সময়ত লক্ষণীয় হ’ব।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.