শিৱসাগৰত ৪৫টাকৈ গোচৰত অভিযুক্ত মষ্ট ৱাণ্টেত বুবু কোঁৱৰ নিহত আৰক্ষীৰ গুলীত

◊ শিৱসাগৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱাঃ

♦অসম নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীৰ দেওপানীত সন্ধিয়া অসম আৰক্ষীৰ এনকাউণ্টাৰত নিহত দুৰ্ধষ অপৰাধী বুবু কোঁৱৰ।

♦ বিভিন্ন অপৰাধমূলক কাৰ্য্য সংঘটিত কৰি বহুদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি পলাই আছিল বুবু কোঁৱৰ।

♦ বুবু কোঁৱৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গেলেকী হাস্পাতালৰ পৰা জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.