শিৱসাগৰত আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ

♦শিৱসাগৰৰ পৰা পৰাগ বড়াঃ ঐতিহাসিক শিৱসাগৰ শিৱদৌল প্ৰাংগণত আজিৰে পৰা ১৩ মার্চলৈ আয়োজন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ৷ আজি শুভ উদ্বোধন অনুষ্ঠানত স্মৃতি গ্ৰন্থ উন্মোচন কৰে দি পি ৰেখা কুলিয়ে৷ লগতে উপস্থিত থাকে জিলা উপায়ুক্ত কৃষ্ণ কমল বৰা, ডঃ সমাৰজ্যোতি মহন্ত, দৌল উন্নয়ন সমিতিৰ সম্পাদক বসন্ত গগৈ আৰু বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.