নদুৱাৰ কুসুমটোলাত সহ-জিলা আয়ুক্ত কাৰ্যালয় স্থাপন হ’ব। এই ভৱনৰ শিলান্যাস ২ এপ্ৰিল তাৰিখে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কৰিব। শিলান্যাস অনুষ্ঠানত নদুৱাৰ বিধায়ক পদ্ম হাজৰিকা আৰু অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকিব। অনুষ্ঠান পুৱা ৯:৩০ বজাত ১২ সংখ্যক এপিবিএনৰ মুখ্য গেটৰ কাষত অনুষ্ঠিত হ’ব।