31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    মুকালমুৱা মেৰুৱাট্টাৰীত বিদ্যুৎস্পৃষ্ট হৈ ৬ বছৰীয়া শিশুৰ অকাল মৃত্যু উত্তপ্ত স্থানীয় ৰাইজ, উপস্থিত প্ৰশাসনৰ লোক

     

    এক কৰুণ ঘটনা সংঘটিত হৈছে মুকালমুৱাৰ মেৰুৱাট্টাৰীত।

    আমিনুল ইছলাম নামৰ লোকজনৰ দায়িত্বজ্ঞানহীনতাৰ বাবে এটি দেৱ শিশুৱে অকালতে প্ৰাণ হেৰুৱায়।

    স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি আমিনুল ইছলাম নামৰ লোকজনে জানি বুজিয়ে তেওঁৰ টিনৰ চালিৰ কেচা বেৰ কোনোবাই ভাঙিব বুলি বিদ্যুৎ সংযোগী তাৰ ঘৰৰ বেৰত মেৰিয়াই দিছিল আৰু তাৰ ফলত দেৱ শিশুটিয়ে ঘৰৰ বেৰৰ কাষেৰে দোকানলৈ গৈ থাকোঁতে বিদ্যুৎ সংযোগী তাৰত লাগি অকাল মৃত্যুক আকোঁৱালি লৱ লগা হল।

    মৃত শিশুটি মেৰুৱাট্টাৰীৰ হানিফ আলীৰ পুত্ৰ
    চৰিফুল ইছলাম।

    শিশুটিৰ বসয় মাত্ৰ ৬ বছৰ।

    স্থানীয় লোকে তটা টয়াকৈ মুকালমুৱা চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

    এই ৬ বছৰতে শিশুটিয়ে অকাল মৃত্যুক সাৱটি লোৱা ঘটনাই অঞ্চলজুৰি হাহাকাৰ সৃষ্টি হৈছে।

    চৰিফুল ইছলাম মেৰুৱাট্টাৰীৰ মিলন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ আছিল।

    মানুহ মাৰিবলৈ মৰণ ফাণ্ড পতা আমিনুল ইছলামক উচিৎ শাস্তি দিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।

    নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ প্ৰতিবেদন।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.