মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা আহত দুই :

 

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ থানাৰ অন্তৰ্গত বৰতলাত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় ।


জানিব পৰা মতে বৰপেটাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অবস্থাত AS 01 EE 1541 নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীখনে ৪ নং বৰতলাত দুজন পথচাৰী খুন্দিয়াই পলায়ন কৰিবলৈ চেষ্টা কৰে।

কাপলাবড়ীৰ পৰা বজাৰ কৰি ঘৰলৈ আহি থকা অৱস্থাত বিকাছ দাস (১২) দেউতাক পবি দাস (৪৮)ক দুয়ো গুৰুত্বপূৰ্ণ ভাৱে আহত হয়।

গুৰুতৰভাবে আহত হয় দুই পিতা-পুত্ৰক ততাতৈয়াকৈ মুকালমুৱা চিকিৎসালৈ লৈ আনে যদিও সংকট জনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালৈ প্ৰেৰণ কৰে ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.