শেহতীয়া আপডেটঃ

মুকালমুৱাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীৰ প্ৰতিবাদ

মুকালমুৱাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীৰ প্ৰতিবাদ

সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তীক কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট ৷
বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কৰ্মচাৰী সকলৰ ধৰ্মঘট ৷
কৰ্মচাৰী সকলৰ প্ৰতিবাদত অচল গ্ৰামোন্নয়ন বিভাগৰ কাম-কাজ ৷
চাকৰি নিয়মীয়াকৰণ, চাকৰিৰ ম্যাদ ৬০ বছৰলৈ বৃদ্ধি কৰা, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা এই সকল ঠিকাভিত্তীক কৰ্মচাৰীক প্ৰদান কৰা ইত্যাদি বিভিন্ন দাবীৰে কৰ্মচাৰী সকলৰ অনিৰ্দিষ্টকাললৈ কৰ্মবিৰতি ৷
সৰ্বানন্দ সোণোৱাল চৰকাৰে কেবিনেটত লোৱা সিদ্ধান্ত কাৰ্যকৰি নকৰাৰ অভিযোগ ৷
সৰ্বা চৰকাৰৰ কেবিনেটে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ১০ বছৰে ঠিকাভিত্তীক ভাবে কাম কৰা কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ বাবে লোৱা সিদ্ধান্ত কাৰ্যকৰী নকৰাৰ অভিযোগ ৷
বিজেপি চৰকাৰে কৰ্মচাৰী সকলক প্ৰতাৰণা কৰাৰ অভিযোগ ৷
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জিআৰএছ, কম্পিউটাৰ সহায়ক, গাঁও পঞ্চায়ত সমন্নয়ক, গাণনিক সহায়ক, স্বীকৃতিপ্ৰাপ্ত অভিযন্তাৰ কৰ্মবিৰতিত বৰক্ষেত্ৰীৰ ১২ খন পঞ্চায়তত অচল কাম-কাজ ৷

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.