মিজোৰামৰ বিৰুদ্ধে যুৱ ছাত্ৰ-পৰিষদৰ আন্দোলনৰ হুংকাৰ, মুখ্যমন্ত্ৰীৰ পক্ষত যুৱ ছাত্ৰ পৰিষদ

■ মিজোৰামলৈ যোৱা সকলো পথ বন্ধ কৰাৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰাণাপ্ৰতাপ বৰুৱাৰ নলবাৰীত এই হুংকাৰ।নলবাৰীত আজি অনুষ্ঠিত সংগঠনটোৰ এখনি সভাত লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য ছাত্ৰ নেতা গৰাকীৰ।

আনহাতে তেওঁ মিজোৰাম চৰকাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যুৱ-ছাত্ৰ পৰিষদ মুখ্যমন্ত্ৰীৰ লগত আছে।

তেওঁ কেন্দ্ৰীয় চৰকাৰক অতিশীঘ্ৰে সীমা বিবাদ নিষ্পত্তি কৰাৰ দাবী উত্থাপন কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.