Wednesday, July 9, 2025
29.1 C
Guwahati
TOP NEWS:

মিচিং দৃশ্য-শ্ৰাব্য আধুনিক গীত ‘কেৰাছ পামিল’ৰ শুভমুক্তি

- Advertisement -

এছ এম (SM) প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ‘কেৰাছ পামিল’ (KÉ:RASO PA: MÍLO) শীৰ্ষক এটি মিচিং আধুনিক ৰোমান্টিক দৃশ্য-শ্ৰাব্য গীত আজি শুভমুক্তি লাভ কৰে৷ মনপৰশা দৃশ্য-শ্ৰাব্য মুক্তি পোৱা গীতটিত কণ্ঠদান কৰিছে সন্ধিৰাম মিলি আৰু নিচা অ’মে৷ গীতটিৰ কথা আৰু সুৰ বিশ্বনাথ পামেগামৰ৷ সংগীত আৰু শব্দ সংমিশ্ৰণ অনুৰাগ মেধীৰ৷

কৰিঅ’গ্ৰাফী পূৰ্ণীমা পাটিৰৰ৷ মণি মিলিৰ প্ৰযোজনাৰে দৃশ্য-শ্ৰাব্য গীতটিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে যুৱ প্ৰজন্মৰ নবাগতা শিল্পী পূজা মিৰি আৰু বিশিষ্ট ইউটিউবাৰ মনোজ ভাই আৰু তেওঁলোকৰ সংগীবৃন্দই৷ দৃশ্য গ্ৰহণ আৰু সম্পাদনা দীনেশ কামানৰ৷ মেক আপ ছন্দিতা পেগুৰ৷ ধেমাজি জিলাৰ অন্তৰ্গত চিমেন চাপৰিৰ আশে-পাশে মনোৰম স্থানত দৃশ্য গ্ৰহণ কৰা দৃশ্য-শ্ৰাব্য

গীতটি সন্ধিৰাম মিলি মিউজিকেল ইউটিউব চেনেলযোগে বৰ্তমান উপলব্ধ৷ গীতটি অসমবাসী সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকে আঁকোৱালি লৈ মৰম যাচিব বুলি প্ৰডাকচনটোৰ তৰফৰ পৰা অসমবাসী সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকলৈ প্ৰযোজক আৰু পৰিচালকে আহ্বান জনাইছে৷

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
overcast clouds
27.3 ° C
27.3 °
27.3 °
85 %
0.9kmh
100 %
Wed
27 °
Thu
33 °
Fri
34 °
Sat
31 °
Sun
31 °