মায়ঙত একাংশ আইন অমান্য কাৰী চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

মায়ং মায়ঙত একাংশ আইন অমান্য কাৰী চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান


প্ৰতিবেদক, মায়ং,১৩জানুৱাৰী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে আইন অমান্য কাৰী চালকৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনাৰ ঘোষনা কৰা পিছত ৰাজ্যৰ প্ৰতি খন জিলাত প্ৰশাসনিক অধিক কঠোৰ হৈ পৰিছে। ভোগালীৰ প্ৰাকক্ষণত একাংশ আইন অমান্য কাৰী চালকৰ বিৰুদ্ধে কঠোৰ হৈছে মৰিগাঁও জিলাৰ মায়ং আৰক্ষী।আইন অমান্য কাৰী চালকক কৰিছে জৰিমণা আৰু কিছু লোকৰ গাড়ী জব্দ কৰিছে।ইয়াৰ মাজতেই আকৌ কোনোৱে যদি জৰিমণা দিছে তেন্তে আন কোনোৱে আকৌ যুক্তি তৰ্কত লিপ্ত হৈছে। নিজে জৰিমণা দি আনকো জৰিমণা নোলোৱাত কৰিছে খঙত অগ্নিশৰ্মা হোৱা পৰিলক্ষিত হৈছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.