31.3 C
Guwahati
Friday, November 14, 2025
More

    শেহতীয়া আপডেটঃ

    মহানগৰীত পুথিভঁড়াল আৰু অধ্যয়ন কেন্দ্র মুকলি

    গ্ৰন্থমেলাৰ বৌদ্ধিক স্পন্দনে মহানগৰীৰ শীতৰ সেমেকা সন্ধিয়াবোৰ উমাল কৰি তোলাৰ সময়তে পাঠক তথা ছাত্র-ছাত্রীসকলক অধ্যয়নৰ এক সমর্পিত পৰিবেশ প্ৰদানৰ বাবে আজি জু ৰোডৰ সেন্দুৰী আলিত লক্ষ্য নামেৰে এটি পুথিভঁড়াল আৰু অধ্যয়ন কেন্দ্ৰ মুকলি কৰা হয়৷

    উচ্চ-শিক্ষিত যুৱক অভিজিৎ শইকীয়াৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ৪০ খন আসনযুক্ত এই কেন্দ্রটোত পাঠক তথা অধ্যয়নকাৰীৰ বাবে সুকীয়া আসন, লকাৰ তথা আৱশ্যকীয় সকলোখিনি সুবিধাই উপলব্ধ৷

    অতি ন্যূনতম এক মাচুলেৰে এই সুবিধা প্ৰদান কৰা অভিজিৎ শইকীয়া ৰাজ্যৰ এক আগশাৰীৰ কচিং প্ৰতিষ্ঠানৰ এজন ফেকাল্টিও হোৱা বাবে অধ্যয়নকাৰীসকললৈ বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে বিনামূলীয়াকৈ দিহা-পৰামৰ্শ আগবঢ়াব।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds