Friday, July 11, 2025
29.7 C
Guwahati
TOP NEWS:

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক মহাকাশলৈ কঢ়িয়াই নিব লগা AXIOM-4 অভিযান অনুকূল বতৰৰ বাবে যাত্ৰা সাময়িকভাৱে পিছুৱাই দিয়া হৈছে

বৃহস্পতিবাৰে সন্ধিয়া ৫.৩০ বজাত মহাকাশযানৰ উৎক্ষেপনৰ সময় নিৰ্ধাৰণ কৰা হৈছে

- Advertisement -

Hopes of a billion hearts....': India returns to space after 41 years with  Shubhanshu Shukla. Watch Axiom 4 mission launch here - BusinessTodayসামাজিক মাধ্যমৰ এটা পোষ্টত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰ’ৰ অধ্যক্ষ ভি নাৰায়ণনে এই কথা প্ৰকাশ কৰে। এই অভিযানত ভাৰতৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ, প’লেণ্ড আৰু হাংগেৰীৰ একোগৰাকীকৈ মহাকাশচাৰী আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিব। और लंबा हुआ शुभांशु शुक्ला का इंतजार, टल गई AXIOM-4 मिशन की लॉन्चिंग, यहां  जानिए उड़ान की नई तारीख | axiom 4 launch delayed subhanshu shukla to wait  longer new date revealed |অভিযানকালত ভাৰতৰ শুভাংশু শুক্লাৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেগি হুইট্‌চন, প’লেণ্ডৰ স্লাউজ উজনাস্কি আৰু হাংগেৰীৰ তিবৰ কাপুৱে ৩১ খন দেশৰ প্ৰায় ৬০ টা বৈজ্ঞানিক অধ্যয়ন সম্পন্ন কৰিব। অভিযানকালত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ভালেকেইটা গৱেষণা প্ৰকল্পও অন্তর্ভুক্ত কৰা হৈছে

Hot this week

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
28.7 ° C
28.7 °
28.7 °
74 %
1.5kmh
0 %
Fri
28 °
Sat
35 °
Sun
34 °
Mon
29 °
Tue
31 °