ভগামুখ হাইস্কুল প্ৰেক্ষাগৃহত karate kids zone -ৰ বেল্ট টেষ্ট

♦সুশান্ত দাস, যোৰহাটঃ আজি ভগামুখ হাইস্কুল প্ৰেক্ষাগৃহত karate kids zone ৰ বেল্ট টেষ্ট অনুস্থিত হয়। Ashihara karate school of Assamৰ উদ্যোগত অনুস্থিত হোৱা এই অনুষ্ঠানত ৪০ জনৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্রহণ কৰাৰ লগতে ভালে বিশিষ্ট ব্যক্তিও উপস্থিত থাকে। আজি অনুস্থিত বেল্ট টেষ্টত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে কুতুবুদ্দিন আহমেদ, টেকনিকেল ডাইৰেক্টৰ হেমন্ত বৰঠাকুৰ, দেৱজিৎ দুৱাৰ, অনিল ওৰাং, সাধাৰণ সম্পাদক সুশান্ত দাস। এই বেল্ট টেষ্টত অংশগ্ৰহণ কৰা বহুকেইজন পশিক্ষাৰ্থীয়ে সফলতা দেখুৱাবলৈ সক্ষম হয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.