বিহালী টেলেঙনীয়া য়ুথ্চ অফ্ চ’চাইটি সম্বৰ্ধনা আৰক্ষী  বিষয়াক:

বিহালী টেলেঙনীয়া য়ুথ্চ অফ্ চ’চাইটি সম্বৰ্ধনা আৰক্ষী  বিষয়াক:

ডিজিটেল ডেস্ক অসম খবৰ ৯ আগষ্ট :

 

বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সৈতে আজি বিহালী   টেলেঙ্গনীয়া গাৱঁৰ কিছু সমস্যাৰ বিষয় এক আলোচনাত মিলিত হয় বিহালী টেলেঙ্গনীয়া য়ুথ্চ অফ্ চ’চাইটি সদস্য সকল। প্ৰথমে চ’চাইটি তৰফৰ পৰা  বিহালী আৰক্ষী থানা ভা:প্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক এখন ফুলাম গামোচাৰে আদৰণি জনায় । ইয়াৰ পাছতে 

চ’চাইটি তৰফৰ পৰা বিহালী টেলেঙনীয়া গাঁৱৰ বহু কেইটা সমস্যা অৱগত কৰে ভা: প্ৰাপ্ত আৰক্ষী বিষয়া কমল বড়োক। 

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.