বিহালী চুইটী আগৰৱালাৰ কৃতিত্ব ::

বিহালী চুইটী আগৰৱালাৰ কৃতিত্ব ::

ASOMKHOBOR BEHALI 15SEB ;

বিহালী সমষ্টিৰ বেদেতীৰ বিশিষ্ট ব্যৱসায়ী দিলীপ আগৰৱালা আৰু চবিতা আগৰৱালাৰ কন্যা চুইটী আগৰৱালাই সদ্যঘোষিত চিএ (CA) পৰীক্ষাত উত্তীৰ্ণ
হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ।চুইটী আগৰৱালাই মুঠ ৬০০নম্বৰৰ ভিতৰত ৪২১ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

তেও প্রৱেশিকা পৰীক্ষা মর্নিংষ্টাৰ স্কুলৰ পৰা অৱৰ্তীণ হৈ ৮৭/শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱাৰ বিপৰীতে গুৱাহাটী কমার্চ কলেজৰ পৰা ৮৭.৩০/ শতাংশ লাভ কৰি উত্তীৰ্ণ হৈছিল।

চুইটীক শুভেচ্ছা জনাইছে বিহালী প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি ভুৱন লুইটেল, সম্পাদক খগেন মটক, সাংবাদিক শ্ৰীমন্ত দাস, সাংবাদিক পলাশ প্ৰিয়মকে ধৰি বিভিন্ন দল সংগঠনে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.