Wednesday, July 9, 2025
30 C
Guwahati
TOP NEWS:

বিহালীত ষাঠীৰ উৰ্দ্ধৰ মানসিকভাবে আংশিক অসুস্থ এগৰাকী ব্যক্তি বিগত ডেৰমাহে নিখোজ, চিন্তিত পৰিয়াল কাষ চাপিল সংবাদ মাধ্যমৰ

- Advertisement -

বিহালীত ষাঠীৰ উৰ্দ্ধৰ মানসিকভাবে আংশিক অসুস্থ এগৰাকী ব্যক্তি বিগত ডেৰমাহে নিখোজ, চিন্তিত পৰিয়াল কাষ চাপিল সংবাদ মাধ্যমৰ

…….…………………………………………………………………
বিহালী আৰক্ষী থানাৰ অন্তৰ্গত চেৰেলীয়া বঙালী গাওঁৰ জ্ঞান প্ৰসাদ লামা নামৰ ষাঠীৰ উৰ্দ্ধৰ ব্যক্তিজন বিগত প্ৰায় ডেৰমাহে সন্ধানহীন হৈ আছে । যোৱা ২৯ নৱেম্বৰ ২০২১ তাৰিখৰ পৰা সন্ধান হীন ব্যক্তিগৰাকীৰ কোনোধৰণৰ সম্ভেদ লাভ নকৰি চিন্তিত পৰিয়ালবৰ্গ । ব্যক্তিগৰাকী মানসিকভাৱে আংশিক অসুস্থ বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । ইয়াৰ পূৰ্বে ও ব্যক্তিগৰাকী ঘৰৰ পৰা ওলাই যায় যদিও পুণৰ উভতি আহে বুলি জানিবলৈ দিছে পৰিয়ালবৰ্গই । অন্যহাতে, জ্ঞান প্ৰসাদ লামাই বিহালী সমষ্টিৰ ৰঙাগড়া গাওঁ পঞ্চায়তত ১৯৯৩ চনৰ পৰা ১৯৯৭ লৈকে আঞ্চলিক সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।পৰিয়ালৰ লোকে যথাসম্ভৱ বিচাৰ-খোচাৰ কৰি ব্যক্তিগৰাকীৰ কোনোধৰণৰ সম্ভেদ নাপায় বিহালী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে, যদিও বৰ্তমান লৈকে কোনোধৰণৰ সন্ধান লাভ কৰা নাই । ইফালে, যদিহে কোনো সদাশয় লোকে ব্যক্তিগৰাকীক দেখা পায় তেন্তে ৮৬৩৮৫৬৯৬৪০ নাম্বাৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

বাতৰি সংগ্ৰহ : Good morning behali Facebook page

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
overcast clouds
24.7 ° C
24.7 °
24.7 °
95 %
3kmh
100 %
Wed
27 °
Thu
33 °
Fri
33 °
Sat
33 °
Sun
29 °