Thursday, June 19, 2025
25.2 C
Guwahati
TOP NEWS:

বিহালীত প্রদুষণ পৰীক্ষন কেন্দ্র উদ্ধেধন বিধায়ক ৰঞ্জিত দত্ত :

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

বিহালী সমষ্টিৰ বেদেতীত বুধবাৰে প্রদুষণ পৰীক্ষন এটা কেন্দ্র বিধায়ক ৰঞ্জিত দত্তই উদ্ধোধন কৰে ।

বেদেতীৰ উদয়ীমান যুৱক ইশানজিত গোস্বামীৰ উদ্যোগত স্থাপন কৰা এই কেন্দ্র উদ্ধোধন কৰি বিধায়ক ৰঞ্জিত দত্তই কয় পূৰ্বে প্রদুষণ পৰীক্ষণৰ বাবে বিশ্বনাথ চাৰিআলিলৈ যাব লগীয়া হৈছিল য’ত ২৫ পৰা ৩০ কিলোমিটাৰ দূৰত্ব ।
এতিয়া আমাৰ বিহালীতে হ’ল যাৰ বাবে অঞ্চলটো ৰাইজৰ বহু সুবিধা হ’ব বুলি প্ৰকাশ কৰে। বিশেষকৈ বৰ্তমান সময়ত সকলোৱে গাড়ীৰ কৰ,বীমা আৰু প্রদুষণ পৰীক্ষণ কৰাটো প্ৰয়োজন ।বিশেষকৈ দুর্ঘটনা হলে নথি পত্ৰ সম্পুর্ন নাথাকিলে অসুবিধা হয় ।

যাৰ বাবে সম্পুর্ন নথি পত্ৰ সাজু কৰি ৰাখিব লাগে।

আনহাতে বিশিষ্ট ব্যক্তি প্রদীপ কুমাৰ শৰ্মাই অংশ গ্রহন কৰি গাড়ী মটৰৰ সংখ্যা অধিক হোৱাৰ লগে লগে পৰিৱেশ ও প্ৰদুষিত হৈছে বুলি উল্লেখ কৰে। ! বিভিন্ন ৰোগৰে দেখা দিছে যাৰ বাবে গাড়ী প্রদুষণ পৰীক্ষণ কৰাটো বাধ্যতামুলক বুলি কয় ।

ইশানজিতৰ পিতৃ কীর্তি গোস্বামীয়ে গাড়ীৰ প্রদুষণ পৰীক্ষন নকৰিলে যান বাহন আৰক্ষীৰ ৰোষত পৰিব লগ‌ীয়া হয় আৰু বিভিন্ন সময়ত হোৱা অভিজ্ঞতা উল্লেখ কৰি শৰীৰ চর্চাৰ কেন্দ্র এটাও খোলাৰ বিষয়ে উল্লেখ কৰে ।

অনুষ্ঠানত বিজেপি বিহালী মণ্ডলৰ সভাপতি লাচিত বৰা ,আঞ্চলিক পঞ্চায়তৰ সভানেত্রী গীতা দাস,বিশিষ্ট ব্যৱসায়ী সুভাষ আগৰৱালা সহ বহু গন্য মান্য ব্যক্তি উপস্হিত থাকে ।

- Advertisement -

Hot this week

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °