31.3 C
Guwahati
Friday, November 14, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথৰ মুখৰগড়ত সু-শাসন দিৱস উদযাপন

    বিশ্বনাথৰ মুখৰগড়ত সু-শাসন দিৱস উদযাপন

    বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২৫ ডিচেম্বৰ ঃ বিশ্বনাথ জিলাৰ মুখৰগড় গাওঁ পঞ্চায়তৰ প্ৰেক্ষাগৃহত ভাৰত ৰত্ন প্ৰাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি সু- শাসন দিৱস উদযাপন কৰা হয়।

    কাৰ্যসূচীত বিজেপি বিশ্বনাথ জিলাৰ সাধাৰন সম্পাদক বিশ্বনাথ সুজিত ভূমিজ, সাকোমঠা মণ্ডলৰ সভাপতি ৰঞ্জন ৰাউতীয়া , সাধাৰন সম্পাদক গণেশ বাচোৱাৰ, বিশ্বনাথ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ৰাতুল নাথ, গায়ত্ৰী কুৰ্মী, ভাৰতী দেৱী ভূঞা, পঞ্চায়তৰ সদস্য/সদস্যা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷

    কেবাগৰাকী বিজেপিৰ বিষয়ববীয়াই নিজৰ বক্তব্যত ভাৰত ৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱন দৰ্শনৰ ওপৰত বিস্তৃত ভাবে আলোকপাত কৰে । লগতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে জনসাধাৰণৰ বাবে গ্ৰহন কৰা সকলো আচনি আৰু পদক্ষেপৰ শলাগ লয়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds