31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    বিশ্বনাথৰ নিলপুৰত আটছাৰ শৈক্ষিক শোভাযাত্ৰা “চল যাব স্কুল” কাৰ্যসুচীৰ সফল ৰূপায়ণ

    বিশ্বনাথৰ নিলপুৰত আটছাৰ শৈক্ষিক শোভাযাত্ৰা “চল যাব স্কুল” কাৰ্যসুচীৰ সফল ৰূপায়ণ

    বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ১৯ ডিচেম্বৰ ঃ বিশ্বনাথৰ নিলপুৰ চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰ সন্থা”আটছা” কেন্দ্ৰীয় সমিতিৰ আহ্বানৰ প্ৰতি সহাৰি জনাই “চল যাব স্কুল” এক শৈক্ষিক শোভাযাত্ৰা কাৰ্যসূচীৰ সফল ৰূপায়ণ হয় ৷ নিলপুৰ চাহ বাগিছা প্ৰাথমিক গোটৰ উদ্যোগত আৰু প্ৰতাপগড় উপ শাখাৰ সহযোগত অনুষ্ঠিত হোৱা শৈক্ষিক শোভাযাত্ৰা “চল যাব স্কুল” কাৰ্যসূচীৰ আৰম্ভনিতে এক সম্বৰ্ধনা অনুষ্ঠানৰ পিছত ছাত্ৰ ছাত্ৰী লৈ গাওঁৰ মাজত শৈক্ষিক সজাগতামুলক ধ্বনিৰে শৈক্ষিক শোভাযাত্ৰা কৰে। উক্ত কাৰ্য্যসূচীত আটছা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঐবন তাঁতী, বিশ্বনাথ শাখা সমিতিৰ সভাপতি মহেশ ছত্ৰী, প্ৰতাপগড় উপ-শাখাৰ সভাপতি সুমন্ত তাঁতী, সম্পাদক ৰাম কুমাৰ বাচোৱাৰ, নীলপুৰ প্ৰাথমিক গোটৰ সভাপতি/ সম্পাদক ক্ৰমে আশিস কুমাৰ নাগ, কৃষ্ণা বাচোৱাৰ , প্ৰাক্তন আটছা নেতা গনেশ বাচোৱাৰ, সমাজসেৱক শ্যাম বাচোৱাৰকে ধৰি নীলপুৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰছাত্ৰীৰ উপৰিও আটছাৰ বহু সংখ্যক কৰ্মকৰ্তাই উপস্থিত থাকে

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.