বিশ্বনাথত সাৱধানতাৰ পালি (Precautions dose)প্ৰক্ৰিয়া আৰম্ভ ।শুভাৰম্ভ কৰে জিলা উপায়ুক্তই ।
দেশজুৰি আৰম্ভ হ’ল সাৱধানতাৰ পালি (Precautions dose )
প্ৰক্ৰিয়া।
অসমতো আজিৰে পৰা আৰম্ভ হ’ল
সাৱধানতাৰ পালি
(Precautions dose) প্ৰদানৰ কাম।
বিশ্বনাথ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত বিশ্বনাথ চাৰিআলিত ব্লক PHC প্ৰেক্ষাগৃহত আজি
সাৱধানতাৰ পালি
( Precautions dose)
প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰা হয়।
এই শুভাৰম্ভ কৰে বিশ্বনাথ জিলা উপায়ুক্তই।
ইফালে বিশ্বনাথ জিলা উপায়ুক্তই
সাৱধানতাৰ পালি
( Precautions dose) লৈ শুভাৰম্ভ কৰে।
এই অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ সমষ্টিৰ
বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, ADC ,SDM লগতে
চিকিৎসক, স্বাস্থ্যকৰ্মী সকল।