বিশ্বনাথত যাত্ৰাবাহী আল্টা বাছৰ খুন্দাত পোহনীয়া কুকুৰ মৃত্যু আল্টা বাছৰ বিৰুদ্ধে আইনী ব্যৱস্থা গৰাকীৰ

বিশ্বনাথত যাত্ৰাবাহী আল্টা বাছৰ খুন্দাত পোহনীয়া কুকুৰ মৃত্যু আল্টা বাছৰ বিৰুদ্ধে আইনী ব্যৱস্থা গৰাকীৰ ::

বিশ্বনাথ চাৰিআলি ১২ মাৰ্চ:

শনিবাৰে বিশ্বনাথ জিলাৰ নিজ বাঘমাৰী দেবজ্যোতি বৰা নামৰ যুৱক জনৰ ঘৰত থকা পোহনীয়া কুকুৰটো পদূলিলৈ উলাই অহা সময়তে তেজপুৰ অভিমুখে যোৱা As12ac 5957 নম্বৰ ময়ূৰ নামৰ
আল্টা বাছ খনে মহতীয়াই নিয়াৰ ফলত কুকুৰটো মৃত্যু হয়।
ইফালে কুকুৰটো খুন্দা মাৰি পলায়ন কৰে বাছখন আনহাতে কুকুৰটো এই দৰে খুন্দা মাৰি হত্যা কৰা বিৰুদ্ধে কুকুৰটো গৰাকী দিবজ্যোতি বৰাই যাত্ৰীবাহী বাছখনৰ চালক জনৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা কথা প্ৰকাশ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.