31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    বিশ্বনাথত আটছাৰ ব্যক্তিক্ৰম পদক্ষেপ: শৈক্ষিক সজাগতাত “চল যাব স্কুল” কাৰ্যসুচীৰ সফল ৰূপায়ণ

    বিশ্বনাথত আটছাৰ ব্যক্তিক্ৰম পদক্ষেপ: শৈক্ষিক সজাগতাত “চল যাব স্কুল” কাৰ্যসুচীৰ সফল ৰূপায়ণ :

    অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ ৰিপৰ্ট , ১৪ ডিচেম্বৰ ঃ

    অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে দিৰিং প্ৰাথমিক গোটৰ উদ্যোগত আৰু ধূলি উপশাখা সমিতিৰ সহযোগত চাহ জনগোষ্ঠী ৰাইজৰ শৈক্ষিক দিশটোক সামৰি এক ব্যক্তিক্ৰম কাৰ্যসুচী হাতত লৈছে ৷

    শৈক্ষিক শোভাযাত্ৰাত “চল যাব স্কুল” কাৰ্য্যসূচী গ্ৰহন কৰি শৈক্ষিক সজাগতা অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৷

    সমগ্ৰ অসম জুৰি এই কাৰ্যসূচী ৰূপায়ণ কৰি অহা আটছাৰ দিৰিং প্ৰাথমিক গোটেও ধুলি উপশাখা সমিতিৰ সহযোগত শৈক্ষিক শোভাযাত্ৰাৰ সফল ৰূপায়ন কৰা হয় ৷

    শিক্ষাৰ ক্ষেত্ৰত আৰু এখোজ আগবঢ়াই লৈ যোৱাৰ শৈক্ষিক কাৰ্য্যসূচীত উপস্থিত থাকে আটছাৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অনন্ত সোনা , বিশ্বনাথ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য চিবা তাঁতী বিশ্বনাথ শাখা সমিতিৰ সভাপতি মহেশ ছত্ৰী , সহকাৰী সম্পাদক জ্যোতিষ তাঁতী, সদানন্দ তাঁতী, প্ৰাক্তন আটছা নেতা ক্ৰমে দেবেন্দ্ৰ তাঁতী, আকাইলো কন্দপান, আছু নেতা হেমন্ত সোনা, প্ৰাথমিক গোটৰ সভাপতি অমল সোনা, সম্পাদক সুনীল কন্দপানৰ লগতে আটছাৰ বিষয়ববীয়া , শিক্ষকবৃন্দ আৰু ছাত্ৰ – ছাত্ৰীসকল ।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.