বিনামূলীয়া চকু চিকিৎসা শিবিৰ

সদৌ অসম গোৰ্খা ছাত্র সন্থা বিশ্বনাথ জিলা সমিতিৰ আৰু বাঘমাৰী আঞ্চলিক সমিতি উদ্যোগত

আয়োজন কৰিছে বিনামূলীয়া চকু চিকিৎসা শিবিৰ ।
অহা ১৫ আৰু ১৬ ডিচেম্বৰত বাঘমৰী হিন্দী স্কুলত এই শিৱিৰ অনুষ্ঠিত হ’ব।

আনহাতে বাঘমাৰী আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকে এই শিৱিৰত চকু যিকোনো ৰোগৰ সন্দৰ্ভত চিকিৎসক সকল দেখুৱাব পাৰিব বুলি প্ৰকাশ কৰে।যিসকলোক দেখুৱাবলৈ ইচ্ছা কৰে তেওঁ লোকে দেখুৱাব পাৰিব।

Be the first to comment

Leave a Reply

Your email address will not be published.


*