বিধায়ক ৰঞ্জিত দত্ত প্ৰশংসনীয় পদক্ষেপ

 বিধায়ক ৰঞ্জিত দত্ত প্ৰশংসনীয় পদক্ষেপ

আজি বিহালী সমষ্টিৰ অন্তৰ্গত ৰঙাগড়া গাওঁ পঞ্চায়তৰ অধিনৰ দীপা দেৱী আৰু গাংমৌথান গাওঁ পঞ্চায়তৰ অন্নপূৰ্ণা দেৱী বাসগৃত উপস্থিত হয় বিধায়ক ৰঞ্জিত দত্ত।
উল্লেখযোগ্য যে দুয়োটা পৰিয়ালৰ দুয়ো গৰাকীৰ সদস্য দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে ।এই  বিষয় পঞ্চায়ত প্ৰতিনিধিয়ে বিধায়ক গৰাকীক অৱগত কৰাত বিধায়ক ৰঞ্জিত দত্তই ততাতৰিয়াকৈ  পৰিয়াল দুটা বাসগৃত উপস্থিত হৈ স্বাস্থ্য বুজ লোৱাৰ লগতে  
উন্নত চিকিৎসাৰ বাব

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি’ৰ পৰা আবন্টন লাভ কৰা ২৫,০০০ টকাকৈ দুগৰাকীকে দুখন চেক প্ৰদান কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.