বনভাগ মহাবিদ্যালয়ত আছু গোট গঠন

 

বনভাগ মহাবিদ্যালয়ত আছু গোট গঠন

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত বনভাগ মহাবিদ্যালয় আছু গোটৰ অধিৱেশন অনুষ্ঠিত হয়।

 

লগতে নৱনিৰ্বাচিত সমিতিখন গঠন কৰা হয়।
তৃষ্ণা দাসক সভাপতি হিচাপে আৰু শমিৰণ শৰ্মাক সম্পাদক হিচাপে প্ৰায় ৭১ জনীয়া এখন পুৰ্ণাংগ সবল সমিতি গঠন কৰা হয়।

উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিৰকজ্যোতি শৰ্মা, ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ইলিয়াছ আলী, উপদেষ্টা নিকুন্জ শৰ্মা, সাহিত্য সম্পাদক আৰ্জু আহমেদ, সহকাৰী সাধাৰণ সম্পাদক ইমৰান হুছেইন আৰু ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা সদস্য সকল ।

প্ৰেৰক ফইজুল হক চৌধুৰীৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.