বকতাত লাভলীনা বৰগোঁহাই আৰু নৱ ফুকনৰ হৈ বৰদেওশালত ফ্ৰা-লঙঃ মৌঙ আসামৰ তাই আহোমৰ ৰীতি-নীতিৰে পূজা-অৰ্চনা

♣ শিৱসাগৰ বকতাত লাভলীনা বৰগোঁহাই আৰু নৱ ফুকনৰ হৈ বৰদেওশালত ফ্ৰা-লঙঃ মৌঙ আসামৰ তাই আহোমৰ ৰীতি-নীতিৰে পূজা-অৰ্চনা
শিৱসাগৰ বকতাৰ বৰদেওশালত ফ্ৰা-লঙঃমৌঙসংস্থাৰ উদ্যোগত তাই আহোমৰ ৰীতি-নীতিৰে উপৰিপুৰুষক স্মৰণ কৰি দুগৰাকীকৈ অসমৰ খেলুৱৈক উৎসাহ যোগোৱো আৰু অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ পূজা-অৰ্চনা কৰা হয়।

অলম্পিকত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ বক্সাৰ লাভলীনা বৰগোহাঁইয়ে অসমলৈ সুনাম কঢ়িয়াই ভাৰত তথা অসমৰ হৈ সোণৰ পদক কঢ়িয়াই আনিবলৈ আৰু চেপনৰ পৰ্বতাৰোহণকাৰী নৱ ফুকনে ৰাচিয়ালৈ পৰ্বতাৰোহণ কৰিবলৈ গৈ যাতে অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় সেই উদ্দেশ্যেৰে বকতা বৰদেওশালত তাই আহোমৰ ৰীতি-নীতিৰে উপৰি পুৰুষক স্মৰণ কৰি এই পূজা-অৰ্চনা কৰা পৰিলক্ষিত হয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.